ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯)

পৰিচয়ঃ কৰোনা ভাইৰাছ হল সাধাৰণতে কভিড-১৯(COVID-19) বুলি কওঁ, এটি সংক্ৰমণ ৰোগ যি মানুহৰ শ্বাসযন্ত্ৰত অসুস্হতাৰ মূখ্য কাৰণ। কভিড-১৯ প্ৰথমতে ২০১৯ চনৰ ডিচেম্বৰ মাহত ৱূহান চহৰত চিন্হিত কৰা হৈছিল।    ২০২০ চনৰ মাৰ্চ মাহত বিশ্ব স্বাস্হ্য সংস্হা (ডাব্লুএইচও) কভিড-১৯ বিয়পি যোৱাৰ মহামাৰি হিচাপে যোষণা কৰে, এইয়ে গোটেই বিশ্বতে বিপুল সংখ্যক মৃত্যুবৰণৰ কাৰণ হৈছে। কভিড-১৯ আজিলৈকে কোনেও প্ৰমাণিক চিকিৎসা বা উষধ আৱিষ্কাৰ কৰিব পৰা নাই। উল্লেখযোগ্য যে বহু চেষ্টা কৰি উষধ বা ভেক্সিন বিকাশৰভাবে ক্লিনিকাল ট্ৰায়াল বা গবেষণা কৰি এবছৰৰ পিছত ভেক্সিন উলিওৱা পাৰিছে। বৰ্তমান কৰোনা একেবাৰে শেষ কৰিব নোৱাৰিলেও ভেক্সিনৰ যোগেদি গোটেই বিশ্বতে অকনমান মানুহক হলেও সকাহ পালে।

                 কভিড-১৯ৰ বিস্তাৰঃ ইয়াত এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ সম্পৰ্ক মাজত বিয়পে। এই কাৰণে কোনো ব্যক্তিৰ পৰা প্ৰায় ৬ ফুট বা ২ মিটাৰৰ ভিতৰত দূৰত থাকিব লাগে।  ভাইৰছটো শ্বাযন্ত্ৰৰ পৰা কাশি হৈ উৎপন্ন হয়।

লক্ষণসমূহঃ কভিড-১৯ৰ লক্ষণ হালকা হব পাৰে বা গভীৰও হব পাৰে। কিছুমান মানুহে কোনো লক্ষণ নাথাকিব পাৰে, কিন্তু সাধাৰণভাবে লক্ষণসমূহ-শুকান কাহ, জ্বৰ, শ্বাসয্ত্ৰত কষ্ট। এইধৰণে লক্ষণ দেখা দিলে ভাইৰাছ ৰোগী হোৱাৰ দেখা দিয়ে।

কিন্তু আজি কালিৰ বেলেগ ধৰণে দেখা দিয়ে। এই কাৰণে ডাক্টৰ সহায় লবাৰ অতি দৰকাৰ।

ৰোনা ভাইৰাছ কি?

ভিড-১৯ হল অতিকৈ তীব্ৰ শ্বাসজনীত লক্ষণীয় কৰোনা ভাইৰাছ ২ বা চমুকৈ SARS-COV-2এ কৰা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। আমি কৰোনা ভাইৰাছ খালি চকুৰে দেখি নাপাওঁ, কিন্তু অনুবীক্ষণ যন্ত্ৰতহে দেখিবলৈ পাওঁ, SARS-2ভাইৰাছবিধৰ বাহিৰফালে থকা হুলবোৰ দেখিবলৈ মুকুটৰ দৰে । কৰোনা ভাইৰাছ হল এক আৰএনএ (RNA-Ribonucleic acid) জিন‌্স, যত এটা জিন‌্স লাইন থাকে। কিন্তু মানুহৰ ক্ষেত্ৰত ডিএনএ (DNA-Deoxyribonucleic acid) জিন‌্স থাকে, ডিএনএ জিন‌্স দুটা লাইন থাকে।

Photo by wikipedia


Photo by wikipedia

যেতিয়া এজন মানুহক ভাইৰাছে সংক্ৰামণ কৰে, মানুহৰ শ্বাসযত্ৰত গৈ ডিএনএ জিন‌্স লগত মিলি গৈ আৰএনএ জিন‌্স ভাইৰাছ গঠন কৰে। এই ভাইৰাছ অধিক মাত্ৰা হলে মানুহ মৃত্যু সাবতি লগা হয়। ব্যাখ্যা- যেতিয়া  কোনো এজন মানুহ বস্তু বা কোনো ব্যক্তিৰ স্পৰ্শ কৰি নাকৰ বা মুখৰ যোগেদি সংক্ৰামক হয়, তেতিয়া মানুহৰ শ্বাসযন্ত্ৰত গৈ আমাৰ ইম্মউন চিষ্টেম (ৰোগ প্ৰতিৰোধক ব্যৱস্হাপনা/ সংক্ৰমনৰ পৰা মক্ত বা এই ইম্মউন চিষ্টেম আমাৰ বেমাৰ আজাৰ পৰা ৰক্ষা কৰিবলৈ এইবিলাকে বাদা কৰি থাকে, এইবিলাকে যদি বাদা দিব নোৱাৰে তেতিয়া বেলেগ বেমাৰে আমাক সংক্ৰামক কৰে)য়ে ডিএনএ জিন‌্স লগত মিলি হোৱাৰ আগতে ইম্মউন চিষ্টেমৰ লগত যুদ্ধ কৰিব লাগে, এনে সময়ত আমাৰ জ্বৰ, শুকান কাহ আদি কিছুমান আমাৰ শৰীৰত লক্ষণ দেখা দিয়ে। কাৰণ আৰএনএ জিন‌্স যেতিয়া ইম্মউন চিষ্টেমৰ লগত যুদ্ধ জয় লাভ কৰিলে ডিএনএ জিন‌্স গৈ আৰএনএ জিন‌্স বহু কপি কৰি আমাৰ শ্বাস-প্ৰশ্বাস(শ্বাস-প্ৰশ্বাসয়ে আমি নজনাকৈয়ে কাম কৰি থকা) দুৰ্বল বা কষ্ট হবলৈ ধৰে, অক্সিজেনৰ অভাৱহৈ যদি আক্সিজেন নাপালে তেতিয়া মানুহ মৃত্যু মুখত পৰে।

Leave a Comment