পিতৃ দিৱসৰ তাৎপৰ্য

পিতৃ দিবস । Father Day

কোনোবা সন্তান নিজৰ জীৱনত সকলোতকৈ আগত নিজৰ দেউতাক লগ পায়। শিশুৰ ক্ৰমবৰ্ধমান যুগত তেওঁক এনেকুৱা ব্যক্তিক প্ৰয়োজন যি তেওঁৰ ছুপাৰ হিৰো হব পাৰে। পিতাই এজন ছুপাৰ হিৰো নায়কৰ সকলোতকৈ ভাল উদাহৰণ। এজন দেউতায়ে পৰিয়ালৰ কাৰণে দিন-ৰাতি অক্লান্ত পৰিশ্ৰম কৰে, ত নিজৰ সন্তানক ভালদৰে শিক্ষিত কৰি আৰু নিজৰ পৰিয়ালক সমৰ্থন কৰিব পাৰে। তেওঁৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে প্ৰতি বছৰ ফাদাৰ্স ডে বা পিতৃ দিবস্ উদ্‌যাপন কৰো। এই দিনতে আমি নিজৰ পিতৃক সন্মান বা কৃতজ্ঞতা কৰো।

যদি কোনো সন্তানৰ কিবা অসুবিধা হলে, তেতিয়া সন্তানক সকলোতকৈ আগত মনত পৰে তেওঁৰ পিতৃ। ইটোবে কাৰোবা জীৱনত পিতৃৰ মহত্বপূৰ্ণ দেখুৱায়। সকলো বিশ্বতে প্ৰতি বছৰ জুনৰ তৃতীয় ৰবিবাৰত ফাদাৰ্স ডে পালন কৰে।

 

পিতৃ দিবস পালন কৰাৰ কাহিনি (The Story Behind Father’s Day Celebrate)‌‌:

পিতৃ দিবস পালন কৰাৰ দুটা মুখ্য কাহিনি আছে।

মিচ্ চনোৰা স্মাৰ্ট দোসৰ দেউতাৰ প্ৰতি শ্ৰদ্ধা জনাওঁতে ১৯ জুন ১৯১০ চনৰ প্ৰথমবাৰৰ বাবে আমেৰিকাত ফাদাৰ্ছ ডে পালন কৰা হয়। চনোৰাৰ দেউতা উইলিয়াম স্মাৰ্ট এজন গৃহযুদ্ধৰ অভিজ্ঞ আছিল। নিজৰ ষষ্ঠ সন্তানক জন্ম দিয়া সময়ত উইলিয়াম স্মাৰ্টৰ পত্নিৰ মৃত্যু হৈ গৈছিল। পত্নিৰ মৃত্যুৰ পিছত তেওঁ নিজৰ ষষ্ঠ সন্তানৰ লালন-পালন কৰিছিল। উইলিয়াম স্মাৰ্টৰ মৃত্যুৰ পিছত, তেওঁৰ জীয়ৰী চনোৰা নিজেই দেউতাৰ পুন্যতিথিত ৫ জুনত ফাদাৰ্স্ ডে পালন কৰিব বিচাৰিছিল। তেওঁৰ বিশ্বাস কৰে, আমি সকলোৱে সদায় মাতৃৰ ত্যাগ আৰু আবেগক শ্ৰদ্ধা কৰোঁ কিন্তু পিতৃ আবেগৰ ওপৰত কোনেও গুৰত্ব নিদিওঁ। প্ৰত্যেকৰ জীৱনত পিতৃৰ গুৰুত্ব বুজি নাপায়। এজন পিতৃৰ জীৱন আৰু ত্যাগ স্বীকাৰ কৰাৰ বাবে পিতৃ দিৱস উদ্‌যাপন কৰা উচিত। এই দিনত আমি নিজৰ পিতৃক কব পাৰিম যে তুমি আমাৰ জীৱনত কিমান মহত্বপূৰ্ণ। কোনো কাৰণবহতঃ এই জুনৰ তৃতীয় ৰবিবাৰলৈকে লৈ গৈছিল।

 

পিতৃ দিবস উদ্‌যাপনৰ উৎস (Origin of Celebration):

দ্বিতীয় গল্প অনুসাৰে, আমেৰিকাত প্ৰথমবাৰ বাবে ফাদাৰ্স্ ডে পশ্চিম বৰ্জীনিয়াৰ ফেয়াৰমন্টেত উদ্‌যাপন কৰা হৈছিল। এইটো দিন প্ৰথমবাৰ ৫ জুলাই, ১৯০৮ চনত উদ্‌যাপন কৰা হৈছিল। ইয়াত ৩৬১ জন লোকৰ স্মৰণত উদ্‌যাপন কৰা হৈছিল, ১৯০৭ চনত যিসকলৰ কয়লা খনন কাৰ্য বিস্ফোৰণত মৃত্যু সাবতি লব লগা হৈছিল। ৰাষ্ট্ৰপতি নিক্সনেৰ ৰাজত্বকালত ১৯৭২ চনত ফাদাৰ্স্ ডে আনুষ্ঠানিকভাবে জাতীয় অবকাস হিচাপে স্বীকৃত দিছিল। তাৰ পৰাই প্ৰতিবছৰে জুনৰ তৃতীয় ৰবিবাৰ ফাদাৰ্স্ ডে পালন কৰা হয়।

পিতৃ দিৱসটো বিভিন্ন দেশত বিভিন্ন্ দিনত পালন কৰা হয়। ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উইনাইটেত কিংডম দেশত ফাদাৰ্স্ ডে পালন কৰা হয় জুনৰ তৃতীয় ৰবিবাৰে। আৰ্জেন্টিনা, কানাডা, ফ্ৰান্স, গ্ৰীচ্, আয়াৰলেণ্ড, মেক্সিকো, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা আৰু ভেনেজুয়েলায় আদি ফাদাৰ্স্ ডে পালন কৰা হয় তৃতীয় ৰবিবাৰে। যত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ফাদাৰ্স্ ডেটো ছেপ্টেম্বৰৰ প্ৰথম ৰবি বাৰত উদ্‌যাপন কৰা হয়। থাইলেণ্ডত ৫ ডিচেম্বৰত ফাদাৰ্স্ ডে পালন কৰা হয়; এই দিনতে থাইলেণ্ডত ৰজাৰ জন্ম দিন হিচাপে পালন কৰিছিল। ব্ৰাজিলত ফাদাৰ্স্ ডে পালন কৰা হয় আগষ্টৰ দ্বিতীয় ৰবি বাৰত।

পিতৃ দিবস উদ্‌যাপনৰ পদ্ধতি (Modes of Celebration):

ফাদাৰ্স্ ডে পালন কৰাৰ সকলো মানুহৰ নিজৰ বেলেগ বেলেগ পদ্ধতি। এই দিনত বহুত মানুহে ভাল খাদ্য খাবলৈ বাহিৰলৈ যায়। এই দিনত সন্তানে নিজৰ পিতৃক উপহাৰ হিচাপে বস্তু দিয়ে, তেওঁক শুভেচ্ছা জনাই কাৰ্ড আৰু ফুল দিয়ে। এইদিনতে প্ৰতিটো সন্তানে তেওঁৰ পিতৃক সন্মান কৰে আৰু কৃতজ্ঞতা প্ৰকাশ কৰে।

প্ৰতি সভ্যতা আৰু সংস্কৃতিত মাকৰ ত্যাগৰ এটি উচ্চ স্হান দিয়া হয়। বৰং, যিজন ব্যক্তি সকলো জীৱন নিজৰ সন্তানক আৰু পৰিয়ালক সুখীৰ বাবে সমৰ্পিত কৰে, তেখেতক মাতৃৰ সমান সন্মান পোৱা উচিত। যেনেদৰে আমি মাতৃ দিবস বা মাদাৰ্স্ ডেত এজনী মাকক সন্মানত উদ্‌যাপন কৰো, ঠিক সেইদৰে ফাদাৰ্স্ ডেক পিতৃক প্ৰেমৰ শ্ৰদ্ধা কৰিব বাবে পালন কৰা উচিত।

এইদিনত দেউতাৰ প্ৰতি কৃতজ্ঞতা জনোৱাৰ দিন পালন কৰা হয়। পিতৃ হলে সেই ব্যক্তি যত নিজৰ দুঃখ আৰু বেদনা প্ৰকাশ নকৰি তাৰ সমস্ত কৰ্তব্য পালন কৰে। মাকৰ পিছত যদি কোনো আমাৰ হৃদয়ৰ খুৱ ওচৰত থাকে সেইটো হৈছে আমাৰ দেউতা। দেউতাৰ মৰম ভালপোৱা মাকৰৰ দৰে নালাগে, কিন্তু দেউতাই হয় যত আমাক অন্তৰ মজবুত কৰি তোলে। আমাৰ দেউতাই আমাক এই পৃথিৱীৰ ভাল আৰু বেয়াৰ শিক্ষাই দিয়ে। যেতিয়ালৈকে আমাৰ দেউতা আমাৰ লগত থাকিব তেতিয়ালৈকে আমাক কোনো কাৰণত চিন্তা কৰিব নালাগিব। কিয়নো তেওঁ সকলো সময়তে দুঃখ নিজৰ লগত লয় আৰু আমাক সুখ দিয়ে। আমি দেউতাৰ সংগ্ৰামক কোনো দিনে পাহৰিবো নালাগে। আমি সকলোৱে দেউতাৰ ত্যাগক শ্ৰেষ্ঠ বুলি মানিব লাগে আৰু তেওঁক সন্মান কৰিব লাগে। কোনো সন্তানৰ দেউতাহে বেছি মৰম কৰে, মাকে ইমান বেছি মৰম কৰে।

পিতৃ দিবসৰ উপসংহাৰ (Conclusion):

 ফাদাৰ্স্ ডে উদ্‌যাপন কৰাৰ মুখ্য উদ্দেশ্য সকলো পিতৃক স্মৰণ কৰা আৰু বিশেষভাবে ধন্যবাদ জনোৱা, যিজনে নিজৰ সন্তানৰ বাবে বহুত সমৰ্পন কৰিলে। বৰঞ্চ, সন্তানৰ জীৱনত পিতৃক বাস্তবিকভাবে এজন চুপাৰ হিৰো দৰে লাগে, তেওঁক শিশুৰ পৰা নিজৰ দেউতাৰ প্ৰেম কৰে। এইটো প্ৰতিবছৰ জুনৰ তৃতীয় ৰবিবাৰত পালন কৰে।

Leave a Comment