বিস্ময়কৰ ইন্টাৰনেট ৱেবচাইট(Most Amazing Websites on the Internet)
আজি সকলো মানুহে মোবাইল, টেবল্টে, লেপটপ আদিলৈ ব্যস্হ ইন্টাৰনেট খুলি ছচিয়েল মেডিয়াত ফেচবুক, ইউটিউব, গেম খেলা, ভিডিঅ’, ছবি ইত্যাদি। আচলতে এজন মানুহে নিজকে ৰাতিপুৱা শুই উঠাৰ পৰা সন্ধিয়া শুই পৰালৈ ইন্টাৰনেট ব্যৱহাৰ কৰা হয়। ইয়াৰ বিষয়ে আপোনালোকে জনাৰ প্ৰয়োজন নাই। আমি সকলোবে গুগল ব্যৱহাৰ কৰো, কিন্তু আপোনালোকক জনাও যে আজিও কিছুমান এনেকুৱা ৱেবচাইট আছে। গুগলত গৈ আমি কিছুমান এনেকুৱা আচৰিত ৱেবচাইট বিছাৰি পাওঁ। আজি ইয়াৰ বিষয়ে জানো আহোঁক। এনেকুৱা কেইৱাটাও ৱেবচাইট ভাগত ভাগ কৰি দিলো।
১. Contact Help: https://www.contacthelp.com/ এই ৱেবচাইটৰ পৰা যোগাযোগ নম্বৰ পাব পাৰি। আমি কেতিয়াবা এখন অফিচত ফোন কৰিলে বহুত অসুবিধা সন্মুখিন হওঁ। কম্পিউটাৰে বিভিন্ন নম্বৰ ডাইল কৰিব কয়, তথাপি আমি যো্গাযোগ কৰিব নোৱাৰো। এনেকুৱা পৰিস্হিতিত এই ৱেবচাইটত গৈ পোনে পোনে মানুহৰ লগত কথা পাতিবলৈ কেইটামান নম্বৰ ডাইল কৰিলে পাৰিব।
২. Arkadia Zoomquilt (Continues Zoom in or Zoom Out): https://goo.gl/8TUAfv আনলিমিটেত জুম( Unlimited Zoom) এই ৱেবচাইটে এনেকুৱা ঠাইত লৈ গৈ আমি যিমান কৰি লৈ গ’লে সিমান জুম হৈ যাব, কিয়নো ই কেতিয়াওঁ শেষ নহ’য়।