ভাৰতত আঞ্চলিক দলৰ গুৰুত্ব কিয় বাঢ়িছে

আঞ্চলিক ভিত্তিত গঢ়ি উঠা আঞ্চলিক দলসমূহ বিভিন্ন আঞ্চলিক সমস্যাৰ সম্বন্ধে তেওঁলোক জ্ঞাত। সেয়ে এই আঞ্চলিক দলৰ গুৰুত্বতাই এই সমস্যাসমূহ কেন্দ্ৰত উত্থাপনৰ দ্বাৰা শাসনাধিষ্ঠিত দলে সফলতাৰে আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী ব্যৱস্থাৰে সমাধানৰ উপায় বিচাৰি উলিয়াব পাৰে। তামিলনাডুৰ ডি এম কে, অন্ধ্ৰুপ্ৰদেশৰ তেলুগু দেশম, পঞ্জাৱৰ শিৰোমণি আকালি দল, জম্মু-কাশ্মীৰৰ জাতীয় মহাসভা, উত্তৰ প্ৰদেশৰ বহুজন, সমাজবাদী দল, অসমৰ গণ পৰিষদ দল আদিয়ে আঞ্চলিক সমস্যাসমূহ দাবীৰ ৰূপত দাঙি ধৰে আৰু এনেদৰে দাঙি ধৰা সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে উচিত পদক্ষেত্ৰ লোৱাত সহায় কৰে।

Leave a Comment