মাধ্যমিক স্তৰৰ
শিক্ষাৰ দুটা প্রধান বিশেষত্ব হ’ল— এই স্তৰৰ শিক্ষাৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি
অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই। দ্বিতীয়তে, এই কালছোৱাৰ ছাত্ৰ-ছাত্ৰীসকল হ’ল কৈশোৰ বা
বয়ঃসন্ধিকালৰ। এই সময়ত প্ৰকৃতিৰ বিষয়ে গভীৰভাৱে জানিবলৈ তেওঁলোক আগ্ৰহী হৈ
পৰে। সমাজখনৰ প্ৰতিও এওঁলোকৰ আগ্ৰহ বাঢ়ি যায়। নানা কৌতুহল,
অনুভূতি আৰু আকাংক্ষাৰ ফলস্বৰূপে কৈশোৰ মনত
সৃষ্টি হোৱা আলোড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ হয়। কৈশোৰৰ শাৰীৰিক,
মানসিক, আৱেগিক অথবা সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে শিক্ষানুষ্ঠানৰ
বিভিন্নতা, অপর্যাপ্ত
ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, স্কুল আৰু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পৰ্ক স্থাপন আদিত গুৰুত্ব দিয়া হয়।