য়োনো আপ(YONO APP) ব্যৱহাৰ কৰি শীঘ্ৰে বেঙ্কৰ বিৱৰণ
পাৰ্চ বুক এতিয়া নিজৰ মোৱাইলত, বেঙ্কৰ টকা পইচা লেনদেনৰ বিৱৰণ সমূহ য়োনো(YONO=You Only Need One) আপলিকেশ্বনৰ যোগেদি অতি শীঘ্ৰে পাব পাৰি। এয়া ভাৰতীয় ষ্টেট বেঙ্ক অফ ইণ্ডিয়া(SBI) দ্বাৰা উলিওৱা এটা ডিজিটেল বেঙ্কিং আপলিকেশ্বন। এই আপলিকেশ্বনত বেঙ্কৰ কাম কৰাই নহয়, ইয়াত ট্ৰেন, বাছ বা টেক্সি, বিমান, অনলাইন শ্বপিং, অথবা মেডিকেল বিল আদি পৰিশোধ কৰিব পাৰি। য়োনো আপলিকেশ্বনে Android আৰু iOS দুয়োটা প্লেটৰ্ফমৰ বাবে উপলব্ধ।
ভাৰতীয় ষ্টেট বেঙ্ক য়োনো আপৰ ইয়াৰ ব্যৱহাৰ মূল কাৰণঃ
১. আমি কেতিয়াবা কোনো ঠাইত বা ভ্ৰমণ কৰিবলৈ গ’লে আমাৰ লগত সদায় এটিম(ATM) কাৰ্ড সদায় থাকে। কিন্তু কেতিয়াবা তোমাৰ এটিম কাৰ্ড হেৰাই গ’লে বহুত সমস্যাত সন্মুখিন হওঁ। যাৰ ফলত এই আপলিকেশ্বনৰ যোগেদি এটিম কাৰ্ড নোহোৱাকৈ আপুনি এটিমত পইচা উলিয়াৱো পাৰি।
২. তোমাৰ বন্ধু-বান্ধোৱী বা পৰিয়ালৰ কোনোৱা মানুহে বহু দূৰত টকা নোহোৱাকৈ থাকিলে, এই য়োনো আপলিকেশ্বনৰ যোগেদি সেই মানুহক এটিমত টকা উলিয়াই দিব পাৰি।
৩. এই আপলিকেশ্বনৰ যোগেদি আপোনাৰ পাছবুকৰ টকাৰ লেন-দেনৰ বিষয়ে বা বিভিন্ন সেৱাৰ বিষয়ে জানিব পাৰি।
৪. য়োনো আপৰ যোগেদি এজনৰ পৰা আনজনলৈ টকা পটিয়াব পাৰি।
য়োনো আপৰ মুখৰ গঠন(Features of SBI YONO App)
· জৰুৰীৰ একাউন খুলা Instant account opening
· অনলাইন শ্বপিং
· বেঙ্কৰ প্ৰয়োজনীয় সকলো সমাধান
· ষ্মাৰ্ট খৰচ আৰু ব্যয় বিশ্লেষণ Smart spending and spending analysis.
· জৰুৰীৰ একাউন খুলা Instant account opening
· অনলাইন শ্বপিং
· বেঙ্কৰ প্ৰয়োজনীয় সকলো সমাধান
· ষ্মাৰ্ট খৰচ আৰু ব্যয় বিশ্লেষণ Smart spending and spending analysis.