এবেলি মোক lyrics | Abeli mok lyrics

এইবেলি মোক বুকুতে ৰাখি,এইবেলি মোক লোৱাহি ঢাকি,এইবেলি মোক আঁচলতে তোমাৰচাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি….. এইবেলি হওঁক এই পৃথিৱী সাক্ষী,আৱেগেৰে জ্বলোৱা চাকি….. তোমাৰে কথা ভাবি পাৰ হয় সময়,আন কাৰো বাবেচোন মোৰ জানো আজৰি যে নহয়,জোনৰে দেশৰ লৈ আহা বাতৰিনেলাগে জানা সোণ মোক একো বাকী….. এইবেলি মোক নথবা ৰাখি,মৰমেৰে লোৱাহি আঁৱৰি….. প্ৰতিটো নিশা সপোনত আহি,চুমা … Read more

কৈ দিয়া | KOI DIA Lyrics | MONTU MONI SAIKIA | PAPORI GOGOI

কৈ দিয়া ৩তুমি যে মোক ভাল পোৱাকৈ দিয়া ৩তুমি যে মোক ভাল পোৱাএবা নেদেখিলে কেনে লাগেতুমি বুজা নে!তেমাৰেই ছবি আকোঁ মনতেঅ’ আকলুৱা অভিমানে আঘুছি ধৰেবুকুৱেদি বৈ বৈ যাযতোমালে থকা ভাল পোৱাপ্ৰণয়ৰে ফাগুণ জাকেদি যায় তোমাৰ বতৰাবুকুৱেদি বৈ বৈ যাযতোমালে থকা ভাল পোৱাপ্ৰণয়ৰে ফাগুণ জাকেদি যায় তোমাৰ বতৰা মই তোমাৰ হ’ব খোজোঁপ্ৰতি পলে, প্ৰতি ক্ষণেহিয়াৰ দুৱাৰ … Read more

বাউলী হিয়া | Baulia Hiya lyrics in assamese

বিষ্ণুপ্ৰসাদ ৰাভা বাউলী হিয়া মাথোঁ ইয়াত পৰি ৰ’লশূন্য হিয়া পাত্ৰ মোৰ প্ৰেম ৰসেৰে ভৰিলজীৱন বীণৰ তাঁৰ জোকাৰি উঠিলপ্ৰাণে গালে শত শত বসন্তৰ গানঞনৰ দুটি পাহিকৰিলেহি সৰগৰ সুখামৃত পান ।।

অ মোৰ আপোনাৰ দেশ lyrics | O Mur Apunar Desh lyrics

অ’ মোৰ আপোনাৰ দেশ জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশঅ’ মোৰ চিকুণী দেশএনেখন সুৱলা, এনেখন সুফলাএনেখন মৰমৰ দেশ । অ’ মোৰ সুৰীয়া মাতঅসমৰ সুৱদি মাতপৃথিৱীৰ ক’তো বিচাৰি জনমটোনোপোৱা কৰিলেও পাত । অ’ মোৰ ওপজা ঠাইঅ’ মোৰ অসমী আইচাই লওঁ এবাৰ মুখনি তোমাৰহেঁপাহ মোৰ পলোৱা নাই । FAQ ১. অ মোৰ আপোনাৰ দেশ কত প্ৰকাশ পাইছিল? … Read more

আকাশে বতাহে তোমাকে দেখিছোঁ Lyrics | akakhe botahe tumake dekhisu

আকাশে বতাহে তোমাকে দেখিছোঁ আকাশে বতাহে তোমাকে দেখিছোঁঅচিনা আৱেশত ওপচি পৰিছোঁকিযে ঢৌ উঠিছে, বুকুতে সঘনেকঁপনি তুলিছে, দেহাত শিহৰণেI feel like something somethingতুমি বাৰু জানানে ? হিয়াৰে কোণতে কাৰ, ছবিটিনো ৰয়ওঁঠৰে হাঁহিয়ে কি কথাটিনো কয়তুমিনো বুজি নোপোৱানে চকুৰে ভাষানক’লোৱে যেনিবা মই মনৰে কথামৰমে কিদৰে মেৰিয়া বান্ধিছেতোমাৰে বুকুৰে কাষলে টানিছেI feel like something somethingতুমি বাৰু জানানে ? … Read more

কাজিৰঙা বৰ ধুনীয়া lyrics | Kaziranga bor dhuniya lyrics assamese

কাজিৰঙা বৰ ধুনীয়া কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনাকেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা …কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনাতাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা।কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনাতাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা।অ’ দেহাৰ বৰণ ৰঙ-চঙীয়া মূগা চুমনীয়াচাদৰৰে আছলখন টানি টানি বান্ধি ল’বাচাদৰৰে আছলখন টানি টানি বান্ধি ল’বা। শিৱসাগৰ মোহনীয়া স্বৰ্গদেওৰে বাটচৰানামডাংৰ শিলৰ সাকো … Read more

ফুল ফুলিছে বসন্ত lyrics | Ful fulise bokhonto lyrics

ফুল ফুলিছে বসন্তৰ – বিহু ফুল ফুলিছে বসন্তৰতুমি জানমণি বহাগৰপ্ৰতিটো বহাগতেমৰম যাচোঁ তোমাক অন্তৰৰ। গুণগুণকৈ ভোমোৰাফুলে ফুলে পৰিছেথোপা থোপে নাহৰ তগৰডাল ভৰি ফুলিছেজানমণি তুমিয়েই মোৰ কামনা বাসনাতুমিয়েই মোৰ জীৱনৰ ভৰসাতুমিয়েই মোৰ বুকুৰে কলি। জুৰ মলয়া ফাগুনৰতুমি জানমণি মৰমৰপ্ৰতিটো বসন্ততেমৰম যাচোঁ তোমাক হৃদয়ৰ। ৰঙা নীলা পখিলাজাকে জাকে উৰিছেকুকু কৈ কুলিটিয়েপাতৰ আঁৰত মাতিছেঅ’ জানমণি তুমিয়েই মোৰ প্ৰাণৰে … Read more

মন হীৰা দৈ | Mon hira doi lyrics Assamese

মন হীৰা দৈ চাইকেল নহয় টিলিঙামন হীৰা দৈ ডেকা নহয় পিলিঙাৰহ ঢলা পথাৰত, আহিবা ঐ নিজানতমন হীৰা দৈ তোমাৰনো কুমলীয়া মাত । মন হীৰা দৈ গাভৰু নহয় লহঙামন হীৰা দৈ পীৰিতি নহয় মহঙামেলেঙৰে বজাৰত, ঢেঁকীয়ালৰ কলহতমন হীৰা দৈ গুৰৰ বজাৰ আঁহতৰ ছাঁত । মন হীৰা দৈ বোৱাৰী নহয় যখিনীবেমাৰ নহয় গ্ৰহণীভাত নহয় অমাতৰ মাত ।অ’ … Read more

তুমি চোৱা যেতিয়া দুচকু তুলি | Tumi suwa jetia lyrics

না.. না….. তুমি চোৱা যেতিয়া দুচকু তুলিমোৰ আকাশ ভাঙি নামে বিজুলিৰ’দে হাহে, ফুল ফুলে, কথা ক’লেতুমি চুলেই যে বসন্তধুমুহাও যে প্ৰশান্ততোমাৰ মাজেত দিগন্তসৃষ্টিৰ অপৰুপ অনন্ত মেঘালি চুলি তাৰিতদৌ খেলে ৰ’দ দাৰিহাহিত মিচিকনিসোনাৰুৰে পাহিসজল সজল চাৱনিতত’ৰাৰে জিলিকনিসেন্দুৰিয়া ওঠতেকথাৰে নিচুকনিবুকুৰ মাজতে দেখো জাগে সপোনচকুৰ পতাত আঁকি তোমাক চিকুনবুকুৰ মাজতে দেখো জাগে সপোনচকুৰ পতাত আঁকি তোমাক চিকুনতোমাৰ মৰমত … Read more

পুৱাই পুৱাই ফুল তুলবা lyrics | Puwai puwai phul tuliba song lyrics

মে দিৱানীবাৰি মাচাতানিমে দিৱানীবাৰি মাচাতানি চমণ্দাৰ কে কিনাৰে হো .. ৪পুখুৰী পাৰত আকলা একলি ৩ আৱ ঘপক আগায়া হেমে দিৱানীবাৰি মাচাতানিমে দিৱানীবাৰি মাচাতানি পুৱাই পুৱাই ফুল তুলবাতোমাৰ ঘৰত মই জৱাপুৱাই পুৱাই ফুল তুলবাতোমাৰ ঘৰত মই জৱাফুল বুলি হাতত ধৰলোঁ ৩আৰ ঘপক কে প্ৰেম আগায়ামে দিৱানীবাৰি মাচাতানিমে দিৱানীবাৰি মাচাতানি আমেৰিকা লণ্ডনতকত ফুৰো ফৰেণ্ডতখাতা খাতা দিস্কো পেনকত … Read more