জন্মদিনৰ শুভেচ্ছা অসমীয়া | happy birthday wishes assamese
আমি সকলোবে নিজৰ মা, দেউতা, ভন্তি, বাইটি, বাইদেউ, বন্ধু-বান্ধুৱী, দাদা আদি যিকোনো সম্বন্ধীয় ব্যক্তিক জন্মদিনৰ শুভেচ্ছা দিওঁ। ঠিক সেই সময়তে কেতিয়াবা কাৰোবাক জন্ম দিনত শুভেচ্ছা দিওঁতে হাবাথুৰি খাবা লগা হওঁ। কাৰণ সকলোৱে জনা বুজা কলে নিজকে ভাল নালাগে, এইবিলাক সাধাৰণ শুভেচ্ছা নিচিনা লাগে। কাৰোবাক মৰমেৰে জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগত জড়িত হৈ আছে নিজৰ প্ৰকৃত অনুভৱ … Read more