Most viral videos 2019 in India( ভাইৰেল ভিডিঅ top10 ভাৰতবৰ্ষত)


Most viral videos 2019 in India( ভাইৰেল ভিডিঅ top10)

    চছিযেল মিডিয়া(Social media) এনেখন মাধ্যম যাৰ একেটা মুদ্ৰাৰে দুটা পিঠি। ইয়াত ভাল বেয়া দুয়ো পাৰস্পৰিক। এজন মানুহক উঠাই দিব পাৰি বা জুইত গিউ ডালিব পাৰি।
   আহোঁক আজি ২০১৯ চনত কেইটামান ভাৰতবৰ্ষত চছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ বিষয়ে জানো আহোঁ। কাৰণ চছিযেল মিডিয়াত এক ৰাতিতে লাখ লাখ মিলিয়ন ভিউ পাব পাৰি। মিলিয়ন ভিউ চাবছক্ৰাব থকাৰ বিষয়ে কবলৈ জোবা নাই, ইয়াত শূণ্যৰ পৰা লাখো ভিউৰ কথা। এনেকুৱা কিছুমান মানুহে ফেছবুক(FACEBOOK), ইউটিউব(YOUTUB), টিকটক(TIKTOK) আদিৰ মাধ্যমেৰে এৰাতিৰ ভিতৰতে চছিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ লাভ কৰিবলৈ সক্ষম হয়। কিছুমানে মনৰ স্ফুৰ্টি, হিজিৰা হৈ, কিছুমান নিজৰ প্ৰতিভাত, আন কিছুমানে জনপ্ৰিয়তা লাভ কৰিবলৈ আদি মানুহে চছিয়েল মিডিয়াত আপলোড দিছে।
১. Tik Tok Ban:- Mr. Faisu Shaikhবে টিকটকত মুছলমানৰ বিষয়ৰ ওপৰত বিডিঅ আপলোড কৰিছিল। পিছত লাখ লাখ ভিউ (view)পাবলৈ সক্ষম হয়। এনেকুৱা ভাইৰেল হোৱাৰ পিছত টিকটকে তেওঁৰ আইডি বা একাউনখন বেন কৰি দিয়ে।
২. ভিপিন চাহু(Vipin Sahu):- ভিপিন চাহু(Vipin Sahu) এজন ভয়াতুৰ মানুহ আছিল। যাৰফলত আজি তেওঁ চছিয়েল মিডিয়া, নেউজ চেনেলত আদি কৰি বিভিন্ন ঠাই নিজকে গৌৰৱোজ্জ্বল কৰে। কেইবা মিনিটমান ভিডিঅটো নিজৰ মবাইলত ভিপিন চাহু(Vipin Sahu)বে নিজৰ পাৰ্গলিদিং(Paragliding) কৰা ভিডিঅটি চছিয়েল মিডিয়াত আপলোড কৰি সকলোকে মনোৰঞ্জন কৰি তোলে

৩. Emviway Bantai(ইমবিৱাভে বাণ্টাই)ৰ গানত দুজন ছোৱালীয়ে টিকটকত নাচি দেখুৱাই ভিডিঅ আপলোড কৰিছিল। ইয়াৰ লগে লগে ৰাতিতৰ ভিতৰতে চছিয়েল মিডিয়াত ভাইৰেল(Viral) হৈ যায়। এই দুজনৰ মাজত সোঁফালৰ বেছি জনপ্ৰিয়তা লাভ কৰে।

৪. মাৰ্বলছবে বহু ছবি নিৰ্মান কৰি দৰ্শকৰ মনজিনিব পাৰিছিল, ইয়াৰ দ্বাৰা নিৰ্মিত বৰ্তমান বিশ্বত সকলোতকৈ ফিলিমত ইনকাম কৰা এভেনজাৰ এন্ডগেম(AvengersEndgame)। আগতে আভটাৰ(AVATAR) নামৰ ছবিয়ে প্ৰথমস্হানত আছিল, কিন্তু বৰ্তমান এভেনজাৰ এন্ডগেম(AvengersEndgame)ই প্ৰথমস্হানত আছে। তোমালোকে গুগোলত(Google) গৈ এই ছবিৰ ইনকামৰ বিষয়ে জানিব পাৰিব।


৫. Mature Bag(মেটছুৰ বেগ):- এজন ১৫-১৭ বছৰীয়া লৰাই ইউটিউবত লিজাৰ বেগ(Lecture bag)ৰ ওপৰত নিজৰ ভিউৱাৰসকলোক বেগখন লবলৈ পৰামৰ্শ দিছিল। পিছত দিনে দিনে তেওঁৰ ভিডিঅতো ভাইৰেল হয়, আৰু মানুহবিলাকে বেগখন লৈ চছিয়েল মিডিয়াত নিজৰ ফতো আপলোড কৰে।


৬. T-Series vs PewDiePie(টি-চেৰিছ আৰু পিউদিপাই)  বিশ্বৰ সকলোতকৈ চাবছক্ৰাব থকা টি-চেৰিছ(T-Series )টি-চেৰিছ(T-Series) এখন কোম্পানিৰ নাম, ইয়াৰ বিষয়ে তোমালোকক জনাৰ প্ৰয়োজন নাই। যত গানবিলাক ইউটিউবত আপলোড কৰা হয়। এজন বিদেশী গেমাৰ ইউটিউৱাৰে পিউডিপাই(PewDiePie) নামৰ চেনেল তোবে চাবছক্ৰাবৰ ওপৰত বেয়া চৰ্চা কৰে। পিছত মুখ থেকেচা খাই টি-চেৰিছে বিশ্বৰ সকলোতকৈ চাবছক্ৰাব থকা চেনেলে হৈ পৰে।

                                                        

৭. ট্ৰেইন ইষ্টেচনত গান গাই ৰাতিতোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰা ৰানু মণ্ডল(Ranu Mandal)ক আমি সকলোৱে জানো। ইয়াৰ বিষয়ে তোমালোকক জনোৱাৰ প্ৰয়োজন নাই।


৮. জেচিবি কা খুদাইJCBkikhudhai:-   মডেলাৰ চনি লিয়োনী(Sunny Leone)য়ে জেচিবি(JCB)ত উঠি এখন ফতো চছিয়েল মিডিয়াত আপলোড কৰি লগে লগে জনপ্ৰিয়তা লাভ কৰে। হাঁহি উঠা কথা হৈছে, মানুহবিলাকে আজি কালি কি হৈছে ক’ব নোৱাৰি। এনেকুৱা ফতো ভাইৰেল হোৱাৰ পিছত মানুহবিলাকে তাইক কপি কৰিবলৈ ধৰিলে।

আনকি অসমতো তাৰ নিচিনা ইন্দ্ৰানী শৰ্মাই জেচিই(Arnab and aastha,JCE ) নামৰ লাভ ইষ্টোৰি(Love story) উপন্যাসখনো ভাইৰেল(Viral) বৈ যায়।


৯. Open battle Challenge(ওপেন বটল চেলেঞ্জ):-  বলিউত তাৰকা অকছেই কুমাৰে নিজৰ টুইটাৰ পেজত ওপেন বটল চেলেঞ্জ(Open battle Challenge) কৰি বটলৰ ধাক্কন খুলি দিয়া পোছ আপলোড কৰে। পিছত এই পোছতো ভাইৰেল(Viral) হৈ যায়, যাৰ ফলত বিভিন্ন অভিনেতাই বটলৰ ধাক্কন খুলিবলৈ চেষ্টা কৰে।


১০. FACE APP(ফেচ আপ):- চছিয়েল মিডিয়াফেচ আপ(FACE APP) নামৰ আপলিকেশ্বেনে গোতেই বিশ্বতে লৰা হক বা ছোৱালী হক সকলোতে বুঢ়া বা বুঢ়ী। এই আপলিকেশ্বনে ৬০-৭০ বছৰৰ প্ৰাপ্তবয়স্ক মানুহ হিচাপে কৰি তোলে। যাৰভাবে এই আপলিকেশ্বনে গোতই বিশ্বতে ভাইৰেল(Viral) হৈ যায়।


    আঁহা কৰো সকলোৱে ২০১৯ চনত ভাইৰেল হোবা Top Ten বিষয়ে তোমালোকলৈ লিষ্টখন দাঙি ধৰিলোঁ। এনেকুৱা বহুতো ভাইৰেল ভিডিঅ আছে, মই তোমালোকক জনাব নোৱাৰিলো। হা শেষতে এটা কথা পাহৰি নাযাবা অসমত কেব(#CAB) বা কা#CAA)
আন্দলনে ২০১৯ বৰ্ষত ভাইৰেল(Viral) দৃশ্য হৈ পৰিছে।

Leave a Comment