আলি আই লৃগাং শুভেচ্ছা

     অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ আলি আঃয়ে লৃগাং (Ali-Ai-ligang)। প্ৰতি বছৰে মিচিংসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি এই উৎসৱ উৎসৱ বুলি পালন কৰা হয়। আগতে ফাগুন, চ‘ত বা ব‘হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (সেই সময়ৰ নাম … Read more