গাহৰি পালন নিয়ম | বৈজ্ঞানিক পদ্ধতিতে গাহৰি পালন

গাহৰি পালন পদ্ধতি সাধাৰণতে গাহৰি পালনত তিনিটা পদ্ধতিটোকে কৰিব পাৰি। ক) মুকলি পদ্ধতিঃ এই পদ্ধতিত গাহৰিবিলাক মুকলিত বান্ধি ৰাখি বা না বন্ধাকৈ এৰি তাতে খোৱা-বোৱাৰ ব্যৱস্থা কৰা হয়। গ্ৰাম্যাঞ্চলত এটা-দুটা গাহৰি পালনৰ বাবে এই পদ্ধতিকে ব্যৱহাৰ কৰা হয়। খ) আৱদ্ধ পদ্ধতিঃ এই পদ্ধতিত গাহৰিক গড়ালত সম্পূৰ্ণভাৱে আবদ্ধ কৰি ৰখা হয় আৰু দানাৰ ব্যৱস্থা তাতে কৰা … Read more