চিনেমা সমাজ জীৱনত ইয়াৰ প্ৰভাৱ
চলচ্চিত্ৰ এক মহান শিল্প। সমাজ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ অপৰিসীম। কলা হিচাপে চলচ্চিত্ৰই সকলোতে সমাদৃত হ’বলৈ সক্ষম হৈছে। চলচ্চিত্রই দর্শকক কেৱল মনোৰঞ্জনেই প্ৰদান নকৰে, ই লগতে যোগায় গভীৰ চিন্তাৰ খোৰাক। আজিৰ সমাজিক প্ৰেক্ষাপটত চলচ্চিত্ৰৰ এক গভীৰ তাৎপৰ্য থকা দেখা যায়। চলচ্চিত্ৰৰ মাজেৰেই উপস্থাপন কৰা হয় নানা সামাজিক সমস্যাৰ। ১৯১৩ চনৰ ৩ মে’ত দাদাচাহেব … Read more