দূৰদৰ্শনৰ ভাল বেয়া প্ৰভাৱ
বিজ্ঞানৰ আৱিষ্কাৰ দুৰদৰ্শনে এক চমকপ্ৰদ সাফল্য। মানুহে প্ৰকৃতিৰ গূঢ় ৰহস্য উদ্ঘাটন কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। তাৰেই ফলত সৃষ্টি হৈছে বিজ্ঞানৰ জয়যাত্ৰা বিজ্ঞানে বিশ্বৰ বুকুত নতুন নতুন আৱিষ্কাৰ সম্ভৱ কৰি তুলিছে। দুৰদৰ্শন বিজ্ঞানৰ নতুন অথচ চমকপ্ৰদ সাফল্য। ১৯২৬ চনত ইংলেণ্ডৰ বিজ্ঞানী জন এল বাইৰ্ড দুৰদৰ্শন আৱিষ্কাৰ কৰিছিল। দুৰদৰ্শনৰ আৱিষ্কাৰে বিশ্বক চমকৃৎ কৰি তুলিছিল। দুৰদৰ্শন … Read more