বিষ্ণুপ্ৰসাদ ৰাভা
বাউলী হিয়া মাথোঁ ইয়াত পৰি ৰ’ল
শূন্য হিয়া পাত্ৰ মোৰ প্ৰেম ৰসেৰে ভৰিল
জীৱন বীণৰ তাঁৰ জোকাৰি উঠিল
প্ৰাণে গালে শত শত বসন্তৰ গান
ঞনৰ দুটি পাহি
কৰিলেহি সৰগৰ সুখামৃত পান ।।
এক নতুন প্ৰচেষ্টা
বিষ্ণুপ্ৰসাদ ৰাভা
বাউলী হিয়া মাথোঁ ইয়াত পৰি ৰ’ল
শূন্য হিয়া পাত্ৰ মোৰ প্ৰেম ৰসেৰে ভৰিল
জীৱন বীণৰ তাঁৰ জোকাৰি উঠিল
প্ৰাণে গালে শত শত বসন্তৰ গান
ঞনৰ দুটি পাহি
কৰিলেহি সৰগৰ সুখামৃত পান ।।