ব্লগ মানে কি? ব্লগিং কৰি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি? Blogging in Assamese

আমি সকলো সময়তে গুগোলত চাৰ্চ কৰি মনে বিচাৰা তথ্যসমূহ বিচাৰি পাওঁ। তোমালোকে কেতিয়াবা ভাবি চাইছা নে আমি বিছাৰা সকলো তথ্য কেনেকৈ পাওঁ, সেই  তথ্যসমূহ  ব্লগৰ যোগেদিহে পাওঁ। বৰ্তমান সময়ত মানুহবিলাকে চাৰকাৰীমুখী হোৱাৰ ভাবে নিৱনুবা সমস্যাই দেখা দিছে। কিন্তু আজি কালিৰ যুৱাৱস্হাত খালি হাত বহি থাকিবলৈ ইচ্ছা নাই। যিকোনো কামি কৰি নিজৰ পৰিচয়,ৰ লগতে নিজৰ পৰিয়ালক … Read more