NEET PG 2026 ৰ ফলাফল কেতিয়া প্ৰকাশ হ’ব?
NEET PG 2026 পৰীক্ষা সম্পূর্ণ হোৱাৰ পিছত এইবাৰ দেশৰ লাখ লাখ প্ৰাৰ্থীয়ে অধিক আগ্ৰহেৰে ফলাফলৰ বাট চাই আছে। “NEET PG 2026 ৰ ফলাফল কেতিয়া ঘোষণা হ’ব?” — এই প্ৰশ্নটোৱেই এতিয়া ছোচিয়েল মিডিয়া আৰু চাৰ্জ ইঞ্জিনতো সবাতোকৈ বেছি খোজা প্ৰশ্ন হৈ পৰিছে। ৰাষ্ট্ৰীয় বৰ্ড অৱ এক্সামিনেশন ইন মেডিকেল সায়েন্সেছ (NBEMS) এ নিজৰ তথ্য পুস্তিকাত উল্লেখ কৰিছে … Read more