চিনেমা সমাজ জীৱনত ইয়াৰ প্ৰভাৱ

       চলচ্চিত্ৰ এক মহান শিল্প। সমাজ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ অপৰিসীম। কলা হিচাপে চলচ্চিত্ৰই সকলোতে সমাদৃত হ’বলৈ সক্ষম হৈছে। চলচ্চিত্রই দর্শকক কেৱল মনোৰঞ্জনেই প্ৰদান নকৰে, ই লগতে যোগায় গভীৰ চিন্তাৰ খোৰাক। আজিৰ সমাজিক প্ৰেক্ষাপটত চলচ্চিত্ৰৰ এক গভীৰ তাৎপৰ্য থকা দেখা যায়। চলচ্চিত্ৰৰ মাজেৰেই উপস্থাপন কৰা হয় নানা সামাজিক সমস্যাৰ।        ১৯১৩ চনৰ ৩ মে’ত দাদাচাহেব … Read more

জ্ঞান আহৰণত ভাষাৰ প্ৰয়োজনীয়তা

       মাতৃভাষা সকলোৰে আদৰণীয়। শিশুৱে মাকৰ পোলাতে শিকা মাকৰ লগত কথা কোৱা ভাষাটোৱে মাতৃভাষা। শিশুৱে নিজৰ ভাব অনুভূতি পোনপ্ৰথমে যি ভাষাত স্বাভাৱিক ৰূপেই প্ৰকাশ কৰে, সেইটোকে মাতৃভাষা বুলি কওঁ। মাতৃভাষাত যিমান সহজে মনৰ কথা প্ৰকাশ কৰিব পাৰি আৰু এটা ভাষা শিকি তেনেদৰে নোৱাৰি।        যিটো ভাষাত অভ্যস্ত, যিটো ভাষাত সহজেই মনৰ ভাব প্ৰকাশ কৰিব পাৰি, … Read more

ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ

ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযোগিতা আৰু বিবাদৰ দুটাকৈ ক্ষেত্ৰ সহযোগিতাসমূহঃ ১. দুইখন দেশে উগ্ৰপন্থী আৰু অবাঞ্ছনীয় কাৰ্যকলাপক উদ্‌ঘাটন কৰাত একমত। ২. শান্তি আৰু সমন্বয় স্থাপনৰ জৰিয়তে দুয়োখন দেশে অৰ্থনৈতিক, বিত্তীয়, বেহা-বেপাৰ, পৰিবহণ, যোগাযোগ আদিত উন্নতি সাধন ঘটোৱা। বিবাদসমূহঃ ১. গংগা পানীৰ ভাগ বতোৱাৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদ। ২. বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ প্ৰব্ৰজনৰ হাৰ … Read more

ব’হাগ বিহুৰ পৰম্পৰা

      নৱবৰ্ষৰ নতুন দিশবোৰত কৃষিজীৱী গাঁৱৰ মানুহবোৰ আচাৰ-নিয়ম মানি চলা কথা সকলো দেশতে চলি আছে। এই নিয়মবোৰৰ বিশেষকৈ নৃত্য-গীত, পূজা-পাতাল ইত্যাদি। তালৈ চাই ক’ব লাগিব যে অসমৰ ব’হাগ বহুৰ এটা পৰম্পৰা প্ৰাচীন কালৰ পৰা চলি আহিছে। অসমৰ জনজাতীয় লোকসকলেও এই উৎসৱ মানি চলে। পৰম্পৰাৰ ইতিহাস ফঁহিয়াই চোৱা যাওক— পণ্ডিতসকলৰ মতে ‘বিহু’ শব্দ সংস্কৃত ‘বিষুব’ শব্দৰ পৰা … Read more

শিশু শ্ৰমিক ভাৰতৰ এটি প্ৰধান সমস্যা

শিশু শ্ৰমিক আৰু শিক্ষা  যি সময়ত শিশুসকলে হাঁহি-মাতি ৰং-ধেমালি কৰি পৰিয়াল তথা সমাজৰ লোকসকলৰ আদৰ যত্নৰ মাজত থাকি স্বাস্থ্য গঢ়াৰ অনুশীলন কৰিব লাগে, তেনে সময়তে ভাৰতবৰ্ষৰ একাংশ শিশুৱে সোণালী শৈশৱ বিপন্ন কৰি নিজৰ জীৱনলৈ আউসীৰ অন্ধকাৰ নমাই আনিব লগা হয়। বৰ্তমান সময়তো অৰ্থাৎ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সাফল্যৰ চৰম অৱস্থাতো ভাৰতবৰ্ষত শিশু শ্ৰমিকৰ কমি যোৱা নাই। বৰং … Read more

অসমৰ নিবনুৱা সমস্যা সমাধানৰ উপায়

      ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। এই দেশে ইতিমধ্যে স্বাধীনতাৰ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে যদিও সামগ্ৰিক উন্নয়নৰ দিশত বৰ বেছি আগবাঢ়িব পৰা নাই। বৰ্তমান দেশখনৰ এখ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত। সন্ত্ৰাসবাদৰ সমস্যা, বিচ্ছিন্নতাবাদৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, জনসংখ্যা বৃদ্ধিৰ সমস্যা, নিবনুৱা সমস্যা, শিক্ষাৰ সমস্যা প্ৰভৃতি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত দেশখনৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশৰ বিকাশ যেনেদৰে হ’ব লাগিছিল, … Read more

ভাৰত আৰু শ্ৰীলংকাৰ মাজত সম্পৰ্কৰ জটিলতাসমূহ

       দেশ দুখনৰ মাজত দেখা দিয়া এটি দীৰ্ঘদিনীয়া সমস্যা হৈছে ভাৰতৰ পৰা যোৱা অৰ্থাৎ শ্ৰীলংকাত বসবাস কৰি থকা তামিলসকলক লৈ সৃষ্টি হোৱা সমস্যা। শ্ৰীলংকাত বাস কৰা সিংহলি সংখ্যাগৰিষ্ঠতাই ৰাজনীতি শক্তিক পৰিচালনা কৰি আহিছে। এই ক্ষেত্ৰত তামিলসকলৰ খুউব কম সংখ্যকহে দেশখনৰ নাগৰিকত্ব প্ৰদান কৰিছে। ফলত ভাৰত বংশোদ্ভুত বহুসংখ্যক লোকেই ইয়াৰ বিৰোধিতা কৰি ভাৰত-শ্ৰীলংকাৰ মাজত বিৰোধৰ সংঘাতপূৰ্ণ … Read more

ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক

       ভাৰত আৰু চীন দেশৰ মাজত উমেহতীয়া ভৌগোলিক সীমাৰ সম্বন্ধ অতীজৰে পৰা আছে। ব্ৰিটিছৰ পৰা মুক্ত হৈ ভাৰতে স্বধীনতা লাভ কৰাৰ পিছত চীনৰ সৈতে যথেষ্ট সুসম্পৰ্ক গঢ়ি উঠিছিল। ভাৰতবৰ্ষই ১৯৫০ চনত কোৰিয়ান যুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত চীনক আক্ৰমণকাৰী হিচাপে ঘোষণা কৰাত ভাৰতে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটাধিকাৰ প্ৰদান কৰিছিল। ১৯৪৫ চনত ভাৰতে চীনৰ লগত বিখ্যাত … Read more

ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পৰ্ক

       ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছৰে পৰা ভাৰত আৰু ৰাছিয়াৰ মাজত এক সুসম্পৰ্ক চলি আহিছে। ভাৰত আৰু ৰাছিয়াৰ পাৰস্পৰিক সম্বন্ধ বিশ্বাস আৰু উমেহতীয়া আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতবৰ্ষ আৰু ৰাছিয়াৰ বহু মেৰু সম্পন্ন বিশ্ব শৃংখলাৰ বাবে এক পৰিকল্পনা যুগুত কৰিছিল। ২০০১ চনত স্বাক্ষৰ কৰা ভাৰত ৰাছিয়াৰ কৌশলগত চুক্তি, ২০০১ ৰ অংশ হিচাপে ভাৰতবৰ্ষ আৰু ৰাছিয়াই প্ৰায় ৮০ … Read more

ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস। বৈদিক যুগৰ শিক্ষা

       ভাৰবৰ্ষৰ অতীত শিক্ষা ব্যৱস্থা পৰিচালনাৰ বাবে কোনো বিশেষ শিক্ষা কৰ্তৃপক্ষ নাছিল আৰু শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিবৰ বাবে কোনো শিক্ষা বিষয়াও নাছিল। সেই সময়ত কিছুমান বিদ্যান ব্যক্তিয়ে নিজ গৃহতে ছাত্ৰশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা প্ৰদান কৰিছিল। ছাত্ৰ সকলে গুৰুগৃহত গুৰুৰ তত্ত্বাবধানত শিক্ষা লাভ কৰিছিল। গুৰুৱে ছাত্ৰসকলক নিজৰ ল’ৰাৰ দৰে মৰম কৰিছিল আৰু জীৱনৰ বাবে প্ৰয়োজনীয় … Read more