অৰুণোদয় বাতৰি কাকত | অৰুণোদয় আলোচনী

অৰুণোদয় আলোচনীঃ অসমৰ এক ঐতিহাসিক আৰু সাংস্কৃতিক বিকন সততে প্ৰথম অসমীয়া ভাষাৰ আলোচনী হিচাপে প্ৰশংসিত অৰুণোদয় আলোচনী(Orunodoi Magazine)য়ে অসমৰ সাহিত্য আৰু সাংস্কৃতিক ইতিহাসত উল্লেখযোগ্য স্থান দখল কৰিছে। ১৮৪৬ চনৰ জানুৱাৰী মাহত আৰম্ভ হোৱা এই মাহেকীয়া প্ৰকাশনে ১৯ শতিকাৰ সময়ছোৱাত অসমীয়া সাহিত্য, শিক্ষা, আৰ্থ-ৰাজনৈতিক সচেতনতাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ঐতিহাসিক পটভূমিঅসমৰ শিৱসাগৰত আমেৰিকান বেপ্টিষ্ট মিছনেৰী, … Read more

ৰাখী বন্ধন শুভেচ্ছা ২০২৩

ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। ভাই-ভনীৰ মাজত থকা বন্ধনক উদযাপন কৰা হিন্দু উৎসৱ ৰাখী বন্ধন। আজিৰ দিনটোতে ভগ্নীসকলে ভাতৃৰ হাতৰ কব্জিত ৰাখী নামৰ পবিত্ৰ সূতা বান্ধি তেওঁলোকৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে। ভাতৃদ্বয়ে ভনীয়েকক ৰক্ষা কৰি উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। এই দিনতে ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল … Read more

বক্স অফিচ সংগ্ৰহ শ্ৰী ৰঘুপতি চিনেমা

৫জুন তাৰিখৰ পৰা অসমৰ লগতে, ভাৰতৰ ভিন্ন চিত্ৰগৃহত মুক্তি লাভ কৰা এই ছবিখনৰ প্ৰতি বৰ্তমান ছবিগৃহত দৰ্শকে যথেষ্ট আশাপ্ৰদ সঁ‌হাৰি আগবঢ়াইছে। ছবিখন মনোৰঞ্জনধৰ্মী যদিও এখন পৰিয়ালৰ সকলোৱে চাব পৰা ছবি শ্ৰী ৰঘুপতি। বৰ্তমান এই শ্ৰী ৰঘুপতি ছবিখনে অভিলেখ ভাঙিলে জনপ্ৰিয়তাৰ শিখৰত। বন্ধৰ দিনবোৰত শ্ৰী ৰঘুপতি ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ৮০.৫ লাখতকৈও অধিক টকাৰ উপাৰ্জন। বৰ্তমানলৈকে … Read more

আপুনি?

 আপুনি               মই মই বুলি জনাৰ পিছতো আপুনি? কিনো এ শব্দ সচাকে মোক আপুনি নিচিনা লাগে নেকি? এৰা! লাগে নেকি আপুনি? মোৰ মাজতে দেখি পাই নেকি? সচাকে আপুনি আপুনি লাগে চাগে!   সুস্থ হোৱা মগজুৱে কিয়ো কয় আপুনি নোৱাৰো শুনিবলৈ মন কেৱল বিৰোধিতা কৰিবলৈ মন।   আচলতে কিনো হব … Read more

চিনেমা সমাজ জীৱনত ইয়াৰ প্ৰভাৱ

       চলচ্চিত্ৰ এক মহান শিল্প। সমাজ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ অপৰিসীম। কলা হিচাপে চলচ্চিত্ৰই সকলোতে সমাদৃত হ’বলৈ সক্ষম হৈছে। চলচ্চিত্রই দর্শকক কেৱল মনোৰঞ্জনেই প্ৰদান নকৰে, ই লগতে যোগায় গভীৰ চিন্তাৰ খোৰাক। আজিৰ সমাজিক প্ৰেক্ষাপটত চলচ্চিত্ৰৰ এক গভীৰ তাৎপৰ্য থকা দেখা যায়। চলচ্চিত্ৰৰ মাজেৰেই উপস্থাপন কৰা হয় নানা সামাজিক সমস্যাৰ।        ১৯১৩ চনৰ ৩ মে’ত দাদাচাহেব … Read more

দিপাৱলীৰ শুভেচ্ছা | Diwali wishes in Assamese 2023

  দিপাৱলীৰ সময়ত আমি সকলোৱে নিজৰ পৰিয়াল, বন্ধু-বান্ধৱী বা নিজৰ প্ৰিয়ক এছএমএছ লগত বা চেটিংৰ লগত পঠাওঁ। আপোনালকে কি “দিপাৱলীৰ শুভেচ্ছা(Wish) থাকিল, অথবা Happy Dewali” বুলি লিখি দিছা, বা আনে তোমাক SMS দিয়াক ফৰৱাত কৰি দিচা। কিন্তু এই দিপাৱলীত এনেকুৱা কৰিব নালাগিব। আপোনালোকে হাপি দিৱালী বা দিৱালীৰ শুভেচ্ছা বুলি ফাচি থাকিব নালাগে। আজি এই সময়ত … Read more

‘মানিকে মাগে হিথে’ গাই বৰ্তমান চছিয়েল মিডিয়াত জনপ্ৰিয় ২০২১

বৰ্তমান চছিয়েল মিডিয়াত ভাইৰেল হৈ আছে তামিল ভাষাৰ গানত। ফেছবুক, টুইটাৰ, ইষ্ট্ৰাগ্ৰাম, ৱাটছএপ আদি কেই ছেকেণ্ডৰ ভিডিঅ’বে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে। শ্ৰীলঙ্কাৰ জনপ্ৰিয় গায়িকা য়োহানি(য়োহানি ডে চিলভা)য়ে তামিল ভাষাত ‘মানিকে মাগে হিথে’ গাই বৰ্তমান চছিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। এই গানৰ ভাষা নুবুজিলেও সকলো ভাৰতবাসীয়ে শুনি ভাল পালে, আনকি বলিউডৰ অভিনেতা অমিত্বা … Read more

ভ্ৰমণ । ভ্ৰমণৰ উপকাৰিতা

 আজিৰ দিনত আমি সকলো ব্যস্ত। নিজ নিজ কৰ্মক্ষেত্ৰত শ্ৰেষ্ঠত্ব লাভৰ দৌৰত অতি বেছি ব্যস্ত হৈ থাকে। তাৰ মাজতে কিছু সময় নিজৰ লগত, পৰিয়ালৰ লগত কটোৱাটো ও অতি প্ৰয়োজনীয়। দৈনন্দিন একঘেয়মীয়াতা দূৰ কৰে । ভ্ৰমণে দেহ মনলৈ আনি সতেজতা, নতুন উদ্যম।       ভ্ৰমণ(Travel) হ‘ল কোনো দূৰৰ ঠাইলৈ যাত্ৰা কৰা। ভ্ৰমণ উদ্দেশ্য কেৱল বিদেশ যাত্ৰা … Read more

ভাইৰেল ভিডিঅটো মানুহে এখন ট্ৰাক্ টানি লৈ গৈছে। যত নাগালেণ্ডৰ এখন দ খালত পৰি গৈছিল। Viral video shows people pulling out a truck.

ভাইৰেল ভিডিঅটো মানুহে এখন ট্ৰাক্ টানি লৈ গৈছে। যত নাগালেণ্ডৰ এখন দ খালত পৰি গৈছিল। Video Courtesy: Facebook     বৰ্তমান চছিয়েল মিডিয়াত অতি ভাইৰেল হৈ থকা নাগালেণ্ডৰ এটা ভিডিঅ। বহু মানুহৰ দল ৰুছিৰে এখন ট্ৰাক্ টানি উঠোৱা দেখা গৈছে। এই ভিডিঅটি গোটেই বিশ্বত চছিয়েল মিডিয়াত ভাইৰেল হৈ গৈছে। এই ভিডিঅটিৰ পৰা আমি সকলোবে বুজা … Read more

এই বিলিও ভোগালী বিহু(মাঘ বিহু) Bhogali Bihu

 এই বিলিও ভোগালী বিহু পুহমহীয়া শীতেৰে শীতল সময়ৰ বোকোচাত উঠি আকৌ আহিছে অসমবাসীৰ হেঁপাহৰ মাঘ বিহু, ভোগৰ বিহু ভোগালী। লগে ভাগে হেঁপাহৰ এসাঁজ খোৱাৰ দিন। মহামাৰী কোৰোনাৰ বিভীষিকা, লকডাউনে সৃষ্টি কৰা প্ৰতিকূল পৰিস্হিতিৰ পৰা কিছু সকাহ পোৱাৰ পৰৱৰ্তী পৰ্যায়ত অসমবাসীয়ে মুকলি মনেৰে পালন কৰিবলৈ আগবাঢ়িছে ভোগালী বিহু। কোৰোনা লকডাউনে বিধ্বস্ত কৰি যোৱা অৰ্থনীতিৰ মাজত বাপতি … Read more