The Cold War Era | শীতল যুদ্ধৰ যুগ class 12

 গোট-১ ৰাজনীতি বিজ্ঞান (খণ্ড-২) সমসাময়িক বিশ্ব ৰাজনীতি শীতল যুদ্ধৰ যুগ (The Cold War Era ) * দ্বিতীয় মহাযুদ্ধৰ পিছত পৃথিৱীত দুটা শক্তিগোষ্ঠীৰ সৃষ্টি হৈছিল। এটা শক্তিগোষ্ঠীৰ নেতৃত্ব বহন কৰিছিল কমিউনিষ্ট ৰাছিয়াই আৰু আনটো শক্তিগোষ্ঠীৰ নেতৃত্ব বহন কৰিছিল পুঁজিবাদী আমেৰিকাই। এই শক্তিগোষ্ঠী দুটাৰ মাজত চলি থকা পাৰস্পৰিক অবিশ্বাস, বিদ্বেষ আৰু প্ৰতিদ্বন্দ্বিতাকে বিশ্ব ৰাজনীতিত শীতল যুদ্ধ নামেৰে … Read more