বহাগ বা ৰঙালী বিহুৰ শুভেচ্ছা বাণী | Rongali/bohag bihu wishes in assamese

ব’হাগ বিহু বা ৰঙালী বিহু হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসম আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য অঞ্চলত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে পালন কৰা এক পৰম্পৰাগত জনগোষ্ঠীয় উৎসৱ, আৰু অসমীয়া নৱবৰ্ষৰ আৰম্ভণি। অসমত ৭ দিনত অতি উৎসাহেৰে পালন কৰা হয়। এইবাৰ ১৪-২০ এপ্ৰিললৈ উদযাপন কৰা হ’ব। এই ৰঙালী বিহু বা বহাগ বিহুৰ সময়তে নিজৰ বন্ধু-বান্ধৱী, পৰিয়ালবৰ্গ, বা আন মানুহৰ … Read more

ভোগালী বিহুৰ উৰুকা শুভেচ্ছা । ভোগালী বিহুৰ শুভেচ্ছা 2024

 প্ৰতিজন অসমীয়া ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি সকলোবে ব্যস্ত হৈ পৰিছে।আজি সকলো ঠাইতে গাঁৱে-গাঁৱে, নগৰে-নগৰে ঢেকীৰ শব্দ, পিঠাৰ গোন্ধ প্ৰান পায় উঠিছে। মুঠতে ভোগালী বিহুৰ বতৰত এতিয়া চৌদিশে উখল-মাখল সৃষ্টি হৈছে। অসমীয়াৰ প্ৰাণৰো প্ৰাণ এই মাঘ বিহুত সকলোৱে প্ৰিয়জনৰ মংগল কামনাৰে ইজনে আনজনক শুভেচ্ছা দিয়াটো পৰম্পৰা। আজি–কালি দূৰৈত তথা নিজৰ আপোন মানুহ, পৰিয়াল তথা বন্ধু–বান্ধৱীক ভোগালী বিহুৰ … Read more

ব’হাগ বিহুৰ পৰম্পৰা

      নৱবৰ্ষৰ নতুন দিশবোৰত কৃষিজীৱী গাঁৱৰ মানুহবোৰ আচাৰ-নিয়ম মানি চলা কথা সকলো দেশতে চলি আছে। এই নিয়মবোৰৰ বিশেষকৈ নৃত্য-গীত, পূজা-পাতাল ইত্যাদি। তালৈ চাই ক’ব লাগিব যে অসমৰ ব’হাগ বহুৰ এটা পৰম্পৰা প্ৰাচীন কালৰ পৰা চলি আহিছে। অসমৰ জনজাতীয় লোকসকলেও এই উৎসৱ মানি চলে। পৰম্পৰাৰ ইতিহাস ফঁহিয়াই চোৱা যাওক— পণ্ডিতসকলৰ মতে ‘বিহু’ শব্দ সংস্কৃত ‘বিষুব’ শব্দৰ পৰা … Read more

বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয়। Bihu is no longer a religious festival like before

       প্ৰাচীন কালৰে পৰা ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে বিহু উৎসৱ এক ধৰ্মীয় অনুষ্ঠান হিচাপে পালন কৰি আহিছিল। বিহুৱে প্ৰাচীন ভাৰতৰ বিষুৱন দিনৰ পূজা-পাতলৰ সোঁৱৰণ ৰক্ষা কৰিও আহিছে। ঘাইকৈ জীৱ-জন্তু, খেতি-বাতি নিজৰ আৰু আত্মীয়-স্বজনৰ মংগল কামনা কৰি দেৱতা বা গোসাঁইক পূজা-পাতল দিয়া হৈছিল। স্ত্ৰী-পুৰুষ আটায়ে এই পূজা-পাতল আৰু লগতে হোৱা নৃত্য-গীতত সমানে ভাগ লৈছিল। আনকি … Read more