চেলেঞ্জ | Assamese movie Challenge

অতি সনকালে আৰম্ভ হ’ব এখন নতুন অসমীয়া চিনেমাৰ কাম। চিনেমা খনৰ নাম হৈছে চেলেঞ্জ। মুম্বাই চিনে মেল’ডি, এম মাচমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত ‘চেলেঞ্জ’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন মুলতঃ অসমীয়া ভাষাত নিৰ্মিত হ’ব যদিও পৰৱৰ্তী পৰ্যায়ত ইয়াক হিন্দী আৰু বাংলা ভাষালৈ ভাষান্তৰিত কৰা হ’ব। অভিনয় কৰিব যতীন বৰা আৰু এগৰাকী বলিউড … Read more

‘ৰঙাটাপু-১৯৮২’ৰ অসমীয়া চলচ্চিত্ৰ মুক্তি লাভ | ৰঙাটাপু ১৯৮২ কাহিনী

‘ৰঙাটাপু-১৯৮২’ৰ অসমীয়া চলচ্চিত্ৰ অহা ২৪ নৱেম্বত মুক্তি লাভা কৰিব ছবিখনে। অলপতে ‘ৰঙাটাপু-১৯৮২’ চলচ্চিত্ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে পৰিচালক আদিত্যম শইকীয়াই। ১৯৮২ চনত ব্ৰহ্মপুত্ৰৰ পাৰত সংঘটিত হোৱা এখন যুদ্ধ তথা ৮০ দশকত অসমলৈ আগমন ঘটা বহিৰাগত লোকসকলে থলুৱা অসমীয়া মানুহৰ জীৱন প্ৰণালী কেনেকৈ সলনি কৰি থৈ গ’ল, অসমীয়া চহা জীৱন কেনেকৈ ধ্ৱংস কৰিলে তাৰ আলমত নিৰ্মাণ … Read more

ৰাঘৱ অসমীয়া চিনেমা | Raghav assamese movie review

২০২৩ চনৰ অসমীয়া চলচ্চিত্ৰ ৰাঘৱৰ কাহিনীয়ে বিশ্বত নিজৰ স্থান বিচাৰি উলিয়াবলৈ চেষ্টা কৰা এজন যুৱকৰ কাহিনী। অসমৰ এখন সৰু গাঁৱৰ যদিও তেওঁৰ সপোন চহৰলৈ গুচি গৈ এজন সফল ব্যৱসায়ী হোৱাৰ সপোন। অৱশ্যে তেওঁ অতি সোনকালেই উপলব্ধি কৰে যে চহৰখন তেওঁ ভবাৰ দৰে সহজ নহয়। তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয়, কিন্তু তেওঁ কেতিয়াও সপোনৰ পৰা হাৰ … Read more

ৰাঘৱ box office collection

২০২৩ চনৰ অসমীয়া ছবি ৰাঘৱে মুক্তিৰ প্ৰথম সপ্তাহত প্ৰায় ৬০ লাখ টকা সংগ্ৰহ কৰিছে। অসমত ছবিখনে ভাল কাম কৰি আছে যদিও ভাৰতৰ অন্য প্ৰান্তত বা বহিঃৰাজ্যত এতিয়াও মুক্তি পোৱা নাই ৰাঘৱ ছবিখন। ছবিখন হিট হ’ব নে নহয় সেয়া ক’বলৈ এতিয়াও সোনকালে ক’ব নোৱাৰি, কিন্তু অসমত ভাল প্ৰদৰ্শন কৰি থাকিলে আৰু আন বজাৰলৈ সম্প্ৰসাৰিত হ’লে ছবিখনৰ … Read more

বক্স অফিচ সংগ্ৰহ শ্ৰী ৰঘুপতি চিনেমা

৫জুন তাৰিখৰ পৰা অসমৰ লগতে, ভাৰতৰ ভিন্ন চিত্ৰগৃহত মুক্তি লাভ কৰা এই ছবিখনৰ প্ৰতি বৰ্তমান ছবিগৃহত দৰ্শকে যথেষ্ট আশাপ্ৰদ সঁ‌হাৰি আগবঢ়াইছে। ছবিখন মনোৰঞ্জনধৰ্মী যদিও এখন পৰিয়ালৰ সকলোৱে চাব পৰা ছবি শ্ৰী ৰঘুপতি। বৰ্তমান এই শ্ৰী ৰঘুপতি ছবিখনে অভিলেখ ভাঙিলে জনপ্ৰিয়তাৰ শিখৰত। বন্ধৰ দিনবোৰত শ্ৰী ৰঘুপতি ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ৮০.৫ লাখতকৈও অধিক টকাৰ উপাৰ্জন। বৰ্তমানলৈকে … Read more

Made in Nalbari | মেড ইন নলবাৰী ২ ডিচেম্বৰত মুক্তিলাভ কৰিব

বয়সৰ ভিন্নতা থকা তিনিজন মানুহ ঘটনাক্ৰমে টেক্সি এখন লৈ কৰিব লগা এটা যাত্ৰাত লগ হ’ল, যিটো যাত্ৰাই তেওঁলোকৰ জীৱন সলনি কৰি দিলে। পথৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰে নিৰ্মাণ হৈছে এখন অসমীয়া চিনেমা মেড ইন নলবাৰী। পৰিচালনা কৰিছে তনুজ নাথে, আনহাতে ‘ফ্লেশ্ববেক ফিল্মছ’ৰ বেনাৰত প্ৰযোজনা কৰিছে উমেশ নাথে। ছবিখনৰ কাহিনী পৰিচালক তনুজ নাথৰ, চিত্ৰনাট্য-সংলাপ লিখিছে ঝুলন কৃজ্ঞ মহন্তই। … Read more

Raghupati Movie | ৰবি শৰ্মাৰ ৰঘুপতি অতি শীঘ্ৰে মুক্তি পাব

অপশক্তিক নাশ কৰি সমাজত পোহৰ বিলাবলৈ সাজু ‘ৰঘুপতি’ চিনেমাখনে। ২ জুন তাৰিখে মুক্তি পাব ৰবি শৰ্মাৰ ‘ৰঘুপতি’ অসমীয়া ছবিখনে। Title Song/ Movie Trailer ইতিমধ্যই ইউটিবৰ লগতে সকলো অনলাইন প্লেটফৰ্মত উপলব্ধ হৈছে। মুখ্য ভূমিকাত অভিনয় কৰিছে জনপ্ৰিয় সুদৰ্শন অভিনেতা ৰবি শৰ্মাই। ‘ৰঘুপতি’ৰ কাহিনী আৰু সংলাপ ৰবি শৰ্মাৰ। প্ৰযোজনা কৰিছে ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাৰ। সংগীত পৰিচালনা … Read more