Raghupati Movie | ৰবি শৰ্মাৰ ৰঘুপতি অতি শীঘ্ৰে মুক্তি পাব

অপশক্তিক নাশ কৰি সমাজত পোহৰ বিলাবলৈ সাজু ‘ৰঘুপতি’ চিনেমাখনে। ২ জুন তাৰিখে মুক্তি পাব ৰবি শৰ্মাৰ ‘ৰঘুপতি’ অসমীয়া ছবিখনে। Title Song/ Movie Trailer ইতিমধ্যই ইউটিবৰ লগতে সকলো অনলাইন প্লেটফৰ্মত উপলব্ধ হৈছে। মুখ্য ভূমিকাত অভিনয় কৰিছে জনপ্ৰিয় সুদৰ্শন অভিনেতা ৰবি শৰ্মাই। ‘ৰঘুপতি’ৰ কাহিনী আৰু সংলাপ ৰবি শৰ্মাৰ। প্ৰযোজনা কৰিছে ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাৰ। সংগীত পৰিচালনা … Read more