ভাৰতীয় সংবিধান গঠন(Formation of the Indian Constitution) Bharatiya Songbidhan(Assamese)

ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰি উলিয়াবলৈ এখন সংবিধান সভাৰ আৱশ্যকতা যে স্বাধীনতা লাভৰ পাছতহে অনুভৱ কৰা হৈছিল তেনে নহয়; প্ৰথম মহাসমৰৰ পাছৰ পৰা বহুতো দূৰদৰ্শী ভাৰতীয় নেতাই এখন সংবিধান সভা গঠনৰ দাবী উত্থাপন কৰি আহিছিল। সুদীৰ্ঘকালীন আন্দোলনৰ ফলস্বৰূপে ভাৰতীয়সকলে ঔপনিবেশিক শাসনৰ কবলৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল। ইয়াৰ প্ৰায় আঢ়ৈ বছৰৰ … Read more