চেতাৰ
চেতাৰ(Sitar) এবিধ তাঁৰযুক্ত বাদ্যযন্ত্ৰ। ভাৰতত বিশেষভাৱে প্ৰচলিত চেতাৰক সাধাৰণতে তানপুৰা আৰু তবলাৰ লগত একক বাদ্য হিচাপে বজোৱা হয়। অৱশ্য দলীয় বাদ্য হিচাপেও চেতাৰৰ ব্যৱহাৰ আছে। ভাৰতীয় শাস্ত্ৰীয় সংগীতত চেতাৰ এবিধ প্ৰভাৱশালী বাদ্য। মধ্যযুগত, মুছলমান ৰজাসকলৰ ৰাজত্বৰ সময়ত সম্ভৱতঃ ইয়াক টানবুৰ (মধ্যপ্ৰাচ্যত প্ৰচলিত বীণাৰ দৰে, দীঘলীয়া বাদ্যযন্ত্ৰ) আৰু বীণাৰ সমন্বয়ত তৈয়াৰ কৰা হৈছিল। টানবুৰৰ … Read more