অসমৰ বানপানী | Assam floods | অসমৰ বানপানীৰ সমস্যা সমাধান
বানপানী অসমৰ এক প্ৰাকৃতিক দুৰ্যোগ। প্ৰতিবছৰে প্ৰবল বানপানীয়ে ৰাজ্যখন জুৰুলা কৰে। বানপানীৰ ফলতে ৰাজ্যখন ভাৰতৰ আন বহুতো ৰাজ্যতকৈ যথেষ্ট পিছপৰা। অসমৰ বানপানীৰ প্ৰধান কাৰণ হৈছে ইয়াৰ জলবায়ু। মৌচুমী জলবায়ুৰ দেশ ভাৰতবৰ্ষৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্যখনত গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। ফলত ইয়াৰ নদ-নদীসমূহ পানীৰে উপচি পৰে। ৰাজ্যখনৰ চাৰিওফালে থকা পৰ্বত-পাহাৰবোৰত হোৱা … Read more