নবোদয় বিদ্যালয় in Assameses

        ১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষা-নীতিয়ে অসমৰ মাধ্যমিক শিক্ষাকো বিশেষভাৱে প্ৰভাৱিত কৰি তোলে। এই শিক্ষা-নীতিৰ ওপৰত ভিত্তি কৰিয়ে ‘নবোদয় বিদ্যালয়’ এবিধ বিশেষ ধৰণৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হয়। এইবিধ বিদ্যালয় স্থাপনৰ তিনিটা প্ৰধান উদ্দেশ্য হৈছে— মাধ্যমিক শিক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ চৰম উৎকৰ্ষ সাধন কৰা; উন্নত গুণমান ৰক্ষা কৰা আৰু তাৰ যোগেদি শিক্ষাত সামাজিক ন্যায় … Read more

চেতাৰ

       চেতাৰ(Sitar) এবিধ তাঁৰযুক্ত বাদ্যযন্ত্ৰ। ভাৰতত বিশেষভাৱে প্ৰচলিত চেতাৰক সাধাৰণতে তানপুৰা আৰু তবলাৰ লগত একক বাদ্য হিচাপে বজোৱা হয়। অৱশ্য দলীয় বাদ্য হিচাপেও চেতাৰৰ ব্যৱহাৰ আছে।        ভাৰতীয় শাস্ত্ৰীয় সংগীতত চেতাৰ এবিধ প্ৰভাৱশালী বাদ্য। মধ্যযুগত, মুছলমান ৰজাসকলৰ ৰাজত্বৰ সময়ত সম্ভৱতঃ ইয়াক টানবুৰ (মধ্যপ্ৰাচ্যত প্ৰচলিত বীণাৰ দৰে, দীঘলীয়া বাদ্যযন্ত্ৰ) আৰু বীণাৰ সমন্বয়ত তৈয়াৰ কৰা হৈছিল। টানবুৰৰ … Read more

স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তা

       ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। এই দেশত প্ৰতিজন নাগৰিকৰেই সমঅধিকাৰ আছে। শিক্ষা আহৰণ হৈছে মানৱ মৌলিক অধিকাৰসমূহৰ ভিতৰত অন্যতম। দেশৰ এশ কোটি জনতাৰ প্ৰায় অৰ্ধ্যংশই নাৰী। গতিকে দেশখন সুচাৰৰূপে পৰিচালিত কৰাৰ স্বাৰ্থত দেশৰ মাতৃশক্তিক শিক্ষিত কৰি তোলাতো অতি আৱশ্যকীয়। কিন্তু ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাষ্ট্ৰত য’ত শতকৰা সত্তৰ ভাগ লোকেই গ্ৰামাঞ্চলত বসবাস কৰে আৰু যাৰ … Read more

অসমৰ কুটীৰ শিল্পৰ সমস্যা

       কুটীৰ শিল্প হ’ল আধুনিক তথ্য-প্ৰযুক্তিৰ সহায় নোলোৱাকৈ থলুৱা সম্পদক কেন্দ্ৰ কৰি গঢ়ি উঠা এক শিল্পকেন্দ্ৰ। কুটীৰ শিল্পসমূহৰ প্ৰাকৃতিক সম্পদৰ সুব্যৱহাৰ হোৱাৰ লগতে দেশৰ আৰ্থিক উন্নয়নতো এনে উদ্যোগসমূহে বিশেষ অৰিহণা যোগায়। আকৌ এনে উদ্যোগসমূহৰ জৰিয়তে সমাজৰ এচাম লোক স্বাৱলম্বী হৈ জীৱন নিৰ্বাহ কৰিব পাৰে। তদুপৰি কুটৰ শিল্পসমূহৰ যোগেদি মানুহৰ সুকুমাৰ অনুভূতি তথা সৌন্দৰ্যবোধৰো পৰিচয় ফুটি … Read more

ছাত্ৰ সমাজত উশৃংখলতা | যুৱ উশৃংখলতা

ছাত্ৰসকল হ’ল এখন সমাজৰ ভৱিষ্যত। ভৱিষ্যত এখন সুস্থ সমাজ গঢ় লৈ উঠে এই চাত্ৰসকলৰ আশা তথা সপোনক লৈ। তেওঁলোকে কৰা সকলো কৰ্ম তথা আশাৰ বতৰাই যেন ভৱিষ্যত জীৱন তথা মানৱ সমাজ গঢ় দিয়ে। প্ৰত্যেক জাতিৰ বাবে এই ছাত্ৰ তথা নৱপ্ৰজন্মই মানৱ সম্পদ। সময়ে সময়ে এনে ছাত্ৰ সমাজে বহুতো যুগান্তকাৰী ঘটনাৰ সৃষ্টি কৰি আহিছে। ছাত্ৰসকল হ’ল … Read more

‘কিষাণ ভাগীদাৰী প্ৰাথমিক্‌তা হামাৰী’ অভিযান । কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি)

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত ‘কিষাণ ভাগীদাৰী প্ৰাথমিক্‌তা হামাৰী’ অভিযানৰ অধীনত সকলো কৃষকলৈ কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি) প্ৰদানৰ ব্যাপক অভিযান ২৪ এপ্ৰিলৰ পৰা ১ মে’, ২০২২ লৈকে থাকিব। সবিশেষ জানিবলৈ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ ‘কিষাণ ভাগীদাৰী প্ৰাথমিক্‌তা হামাৰী’ অভিযানৰ জৰিয়তে কিষাণ ক্ৰেডিট কাৰ্ড লাভ … Read more

চিনেমা সমাজ জীৱনত ইয়াৰ প্ৰভাৱ

       চলচ্চিত্ৰ এক মহান শিল্প। সমাজ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ অপৰিসীম। কলা হিচাপে চলচ্চিত্ৰই সকলোতে সমাদৃত হ’বলৈ সক্ষম হৈছে। চলচ্চিত্রই দর্শকক কেৱল মনোৰঞ্জনেই প্ৰদান নকৰে, ই লগতে যোগায় গভীৰ চিন্তাৰ খোৰাক। আজিৰ সমাজিক প্ৰেক্ষাপটত চলচ্চিত্ৰৰ এক গভীৰ তাৎপৰ্য থকা দেখা যায়। চলচ্চিত্ৰৰ মাজেৰেই উপস্থাপন কৰা হয় নানা সামাজিক সমস্যাৰ।        ১৯১৩ চনৰ ৩ মে’ত দাদাচাহেব … Read more

জ্ঞান আহৰণত ভাষাৰ প্ৰয়োজনীয়তা

       মাতৃভাষা সকলোৰে আদৰণীয়। শিশুৱে মাকৰ পোলাতে শিকা মাকৰ লগত কথা কোৱা ভাষাটোৱে মাতৃভাষা। শিশুৱে নিজৰ ভাব অনুভূতি পোনপ্ৰথমে যি ভাষাত স্বাভাৱিক ৰূপেই প্ৰকাশ কৰে, সেইটোকে মাতৃভাষা বুলি কওঁ। মাতৃভাষাত যিমান সহজে মনৰ কথা প্ৰকাশ কৰিব পাৰি আৰু এটা ভাষা শিকি তেনেদৰে নোৱাৰি।        যিটো ভাষাত অভ্যস্ত, যিটো ভাষাত সহজেই মনৰ ভাব প্ৰকাশ কৰিব পাৰি, … Read more

ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ

ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযোগিতা আৰু বিবাদৰ দুটাকৈ ক্ষেত্ৰ সহযোগিতাসমূহঃ ১. দুইখন দেশে উগ্ৰপন্থী আৰু অবাঞ্ছনীয় কাৰ্যকলাপক উদ্‌ঘাটন কৰাত একমত। ২. শান্তি আৰু সমন্বয় স্থাপনৰ জৰিয়তে দুয়োখন দেশে অৰ্থনৈতিক, বিত্তীয়, বেহা-বেপাৰ, পৰিবহণ, যোগাযোগ আদিত উন্নতি সাধন ঘটোৱা। বিবাদসমূহঃ ১. গংগা পানীৰ ভাগ বতোৱাৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদ। ২. বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ প্ৰব্ৰজনৰ হাৰ … Read more

ব’হাগ বিহুৰ পৰম্পৰা

      নৱবৰ্ষৰ নতুন দিশবোৰত কৃষিজীৱী গাঁৱৰ মানুহবোৰ আচাৰ-নিয়ম মানি চলা কথা সকলো দেশতে চলি আছে। এই নিয়মবোৰৰ বিশেষকৈ নৃত্য-গীত, পূজা-পাতাল ইত্যাদি। তালৈ চাই ক’ব লাগিব যে অসমৰ ব’হাগ বহুৰ এটা পৰম্পৰা প্ৰাচীন কালৰ পৰা চলি আহিছে। অসমৰ জনজাতীয় লোকসকলেও এই উৎসৱ মানি চলে। পৰম্পৰাৰ ইতিহাস ফঁহিয়াই চোৱা যাওক— পণ্ডিতসকলৰ মতে ‘বিহু’ শব্দ সংস্কৃত ‘বিষুব’ শব্দৰ পৰা … Read more