দূৰদৰ্শনৰ ভাল বেয়া প্ৰভাৱ

       বিজ্ঞানৰ আৱিষ্কাৰ দুৰদৰ্শনে এক চমকপ্ৰদ সাফল্য। মানুহে প্ৰকৃতিৰ গূঢ় ৰহস্য উদ্‌ঘাটন কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। তাৰেই ফলত সৃষ্টি হৈছে বিজ্ঞানৰ জয়যাত্ৰা বিজ্ঞানে বিশ্বৰ বুকুত নতুন নতুন আৱিষ্কাৰ সম্ভৱ কৰি তুলিছে। দুৰদৰ্শন বিজ্ঞানৰ নতুন অথচ চমকপ্ৰদ সাফল্য।        ১৯২৬ চনত ইংলেণ্ডৰ বিজ্ঞানী জন এল বাইৰ্ড দুৰদৰ্শন আৱিষ্কাৰ কৰিছিল। দুৰদৰ্শনৰ আৱিষ্কাৰে বিশ্বক চমকৃৎ কৰি তুলিছিল। দুৰদৰ্শন … Read more

অসমৰ বানপানী | Assam floods | অসমৰ বানপানীৰ সমস্যা সমাধান

        বানপানী অসমৰ এক প্ৰাকৃতিক দুৰ্যোগ। প্ৰতিবছৰে প্ৰবল বানপানীয়ে ৰাজ্যখন জুৰুলা কৰে। বানপানীৰ ফলতে ৰাজ্যখন ভাৰতৰ আন বহুতো ৰাজ্যতকৈ যথেষ্ট পিছপৰা।         অসমৰ বানপানীৰ প্ৰধান কাৰণ হৈছে ইয়াৰ জলবায়ু। মৌচুমী জলবায়ুৰ দেশ ভাৰতবৰ্ষৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্যখনত গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। ফলত ইয়াৰ নদ-নদীসমূহ পানীৰে উপচি পৰে। ৰাজ্যখনৰ চাৰিওফালে থকা পৰ্বত-পাহাৰবোৰত হোৱা … Read more

Koi Nidiya Kiyaw Lyrics | কৈ নিদিয়া কিয়

  আং নাংগ কুমুন মানং মানেনো কি, মানেনো কি? X2 আং নাংগ কুমুন মানং মানে মই তোমাক ভাল পাওঁ জনানে? ভাল লাগিছে যদি মনে খাইছে যদি কৈ নো কৈ নিদিয়া কিয়? আং নাংগ কুমুন মানং     উধোনিয়া কৈ খোপা কৈ দিলো নেবান্ধিবা ৰাতি ৰাতি টোপনি নাহে ৰাতি টোপনি নাহিলে উজাগৰে থাকিলে মৰম হেনো বেচিকৈ … Read more

দুৰ্যোগ বুলিলে কি বুজা?

       দুৰ্যোগ মানে আচ্মবিতে সংঘটিত হোৱা অতি বিপজ্জনক পৰিঘটনা, যাৰ ফলস্বৰূপে জনজীৱন, আন্তঃগাঁথনি, অৰ্থনৈতিক পৰিস্থিতি আৰু পৰিৱেশৰ গুৰুত্বৰ ব্যাঘাত ঘটে। অকস্মাতে হোৱা এই ক্ষয়-ক্ষতি ইমানেই বেছি হয় যে সেই পৰিস্থিতি চম্ভালিবলৈ ব্যক্তি বা সমাজৰ নিজৰ সামৰ্থ্য নাথাকে। দুৰ্যোগ সমূহক মূলতঃ দুটা ভাগত ভগোৱা হৈছে। প্ৰাকৃতিক আৰু কৃত্ৰিম দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগ দুটাৰ নাম- বানপানী, ভূমিকম্প।  কৃত্ৰিম … Read more

বুদ্ধ পূৰ্ণিমা | Buddha Purnima in Assamese

বুদ্ধ পূৰ্ণিমা বা বৈশাখ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী হৈছে বৌদ্ধ ধৰ্মাৱলীৰ আটাইতকৈ পৱিত্ৰ উৎসৱ। ব’হাগ মাহৰ পূৰ্ণিমা দিনত এই উৎসৱ পালন কৰা হয়। ব’হাগ পূৰ্ণিমাৰ দিনটো বুদ্ধৰ ত্ৰিস্মৃতিৰ সৈতে সম্পৰ্কিত, কাৰণ এই দিনতে মহামানৱ বুদ্ধৰ জীৱনত তিনিটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হোৱাৰ বাবে “বুদ্ধ পূৰ্ণিমা” বুলি খ্যাত। বুদ্ধৰ জন্ম এই পবিত্ৰ তিথিত হৈছিল। খ্ৰীষ্টপূৰ্ব ৬২৩ চনৰ … Read more

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান

    বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানৰ বিভিন্ন অৱদানেৰে আজিৰ মানৱ সমাজ সভ্যতাৰ চূডান্ত স্তৰত উপনীত হৈছে। বিজ্ঞানৰ বলত বলীয়ান হৈ মানুহ যেন পৰিছে নিজেই ভগৱান। সেই ভগৱান আজি নিজৰ জন্ম, মৃত্যু আৰু পালনৰ নিজেই গৰাকী। আজি মানুহেই মানুহৰ ভাগ্য বিধাতা। বিভিন্ন ক্ষেত্ৰত বিজ্ঞানৰ অৱদান     বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানৰ চৰম উন্নতিৰ সুফলেখ আজিৰ মানুহে … Read more

ৰবীন্দ্ৰনাথ ঠাকুৰ চমু জীৱনী | Rabindranath Tagore in Assamese

ৰবীন্দ্ৰনাথ ঠাকুৰ (৭ মে’, ১৮৬১ – ৭ আগষ্ট, ১৯৪১) এজন বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ কলকাতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেবীৰ ১৪টা সন্তানৰ মাজত ১৩ নম্বৰজন আছিল ৰবীন্দ্ৰনাথ। তেখেত ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ … Read more

অসমীয়া ভাষাত কেনেকৈ লিখিব | Assamese keyboard download in Assamese

       আজি মই আপোনালোকক অসমীয়া বিনামূল্য কিৱাৰ্ডৰ ছেফৱেৰৰ বিষয়ে বিতংগকৈ আলোচনা কৰিম। আপোনালোকে কম্পিউটাৰ বা লেপটপ লোৱাৰ পিছতো অসমীয়াত লিখবলৈ বহুতো অসুবিধা সন্মুখিন হৈছে। কাৰণ আজিলৈ কোনো মানুহে ইয়াৰ বিষয়ে আলোচনা কৰা নাই। কিছুমান কিৱাৰ্ড ছফৱেৰ আছে যিবিলাকে বিনামূল্য নহয় আৰু কিছুমান ফ্ৰী কিৱাৰ্ড আছে যতে গুগলত বিচাৰি পাৱলৈ টান। কিন্তু মই আপোনালোক অতি সহজে … Read more

মাদক দ্ৰব্য, সমাজত ইয়াৰ কু-প্ৰভাৱ

    যিবোৰ বস্তু বা দ্ৰব্যই সহজেই মানুহৰ মন-প্ৰাণ আসক্ত কৰিব পাৰে সেইবোৰকে মাদক দ্ৰব্য বা ৰাগিয়াল বস্তু বোলে। মদ, ভাং, কানি বা আফিং, ধঁপাত, বিড়ি, ড্ৰাগ আদি মাদক দ্ৰব্য। মাদক দ্ৰব্য সেৱনত অভ্যাস এবাৰ কৰিলে তাক সতকাই এৰা টান। মাদক দ্ৰব্য সেৱন যে কু-অভ্যাস আৰু ই দেহৰ বাবে ক্ষতিকাৰক সেই কথা সেৱন কৰোঁতাই উপলব্ধি কৰিব … Read more

পৰিৱেশ প্ৰদূষণ | Poribesh Produson

পৰিৱেশ মানে কি পাৰ্থিৱ জগতখনত আমাৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক তথা মানৱসৃষ্ট সামগ্ৰিক অৱস্থাকে পৰিৱেশ বোলা হয়। পৰিৱেশক বিজ্ঞানীসকলে প্ৰাকৃতিসকলে প্ৰাকৃতি আৰু মানৱসৃষ্ট বা কৃত্ৰিম— এই দুটা ভাগত ভাগ কৰিছে। মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণীৰ সামূহিক অৱস্থাটোৱে প্ৰাকৃতি পৰিৱেশ আৰু মানুহে নিজৰ কাৰ্যকলাপৰ দ্বাৰা দিনে-দিনে পৃথিৱীৰ বিভিন্ন পৰিৱৰ্তন ঘটাই যি কৃত্ৰিম পৰিৱেশৰ সৃষ্টি কৰিছে, … Read more