য়োনো আপ(YONO APP) ব্যৱহাৰ কৰি শীঘ্ৰে বেঙ্কৰ বিৱৰণ
য়োনো আপ(YONO APP) ব্যৱহাৰ কৰি শীঘ্ৰে বেঙ্কৰ বিৱৰণ পাৰ্চ বুক এতিয়া নিজৰ মোৱাইলত, বেঙ্কৰ টকা পইচা লেনদেনৰ বিৱৰণ সমূহ য়োনো(YONO=You Only Need One) আপলিকেশ্বনৰ যোগেদি অতি শীঘ্ৰে পাব পাৰি। এয়া ভাৰতীয় ষ্টেট বেঙ্ক অফ ইণ্ডিয়া(SBI) দ্বাৰা উলিওৱা এটা ডিজিটেল বেঙ্কিং আপলিকেশ্বন। এই আপলিকেশ্বনত বেঙ্কৰ কাম কৰাই নহয়, ইয়াত ট্ৰেন, বাছ বা টেক্সি, বিমান, অনলাইন … Read more