৭২ তম গণতন্ত্ৰ দিবস দিনত ফউ-জি(FAU-G) গেম শুভ আৰম্ভ

ফউ-জি(FAU-G) গেম     Fearless and United Guards(লোকপ্ৰিয় দৰে সংক্ষিপ্ত ফউ-জি) এক অনলাইন মল্টিপ্লেয়াৰ একশ্বন গেম। এই গেমক বেঙ্গালুৰু মুখ্যকাৰ্যালয়ৰ এনকোৰ গেমছ(nCore Games)ৰ যোগেদি বিকাশ কৰে। ৭২তম গণতত্ৰ দিৱসত এই গেমক ভাৰতবৰ্ষৰ প্লে স্টোৰত ২৪ ঘণ্টাৰ কম সময়ৰ ভিতৰতে সকলোতকৈ অধিক প্ৰাক্-ৰেজিষ্টাৰ কৰা হয়।     বালীবুড অভিনেতা অক্ষয় কুমাৰে ৪ চেপ্টেম্বৰ ২০২০ত নিজৰ টুইটাৰ আৰু ইনষ্ট্ৰাগ্ৰাম একাউনৰ যোগেদি ফউ-জি গেমৰ ঘোষণা কৰিছিল,  আৰু এইটো এণ্ডৰইট আৰু আইওএছ ত উপলদ্ধ হোৱাৰ কথা দিয়ে। প্ৰোমোটৰসকলে দাবি কৰে ফউ-জি খেলৰ উদ্দেশ্য ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত আন্দোলনও সমৰ্থন কৰি লাগে। ইয়াক অক্টোবৰ ২০২০ লৈকে শুভ আৰম্ভ কৰিবৰ বাবে ঠিক কৰিছিল, কিন্তু গেম পাব্লিশ্বএ এক টুইটাৰ যোগেদি ঘোষণা কৰে,  শুভ আৰম্ভ নবেম্বৰৰ ২০২০ লৈকে প্ৰবল চেষ্টা কৰে আৰু তাৰ পিছত আকৌ বাৰ ডিচেম্বৰ ২০২০ আৰু জানুৱাৰী ২০২১ লৈকে প্ৰচেষ্টা কৰে,  কোনো বিশেষ মুক্তি নকৰাকৈ ৩ জানুৱাৰী ২০২১ ৰ কোম্পানীৰ টুইটাৰত জানকাৰী দিয়ে যে  এই গেম ২৬ জানুৱাৰী ২০২১ ত শুভ আৰম্ভ কৰা হব।    খেলৰ প্ৰবৰ্তক অক্ষয় কুমাৰ আৰু বিশাল গোণ্ডলে ঘোষণা কৰে খেলৰ আৰম্ভণি  ৰাজ্যস্ব ২০ শতাংশ ভাৰতৰ বীৰ ট্ৰষ্টক দান দিয়া হব।  `ফউ জি হ‘ল কাহানিৰ ভিক্তিক খেল। ইয়াত কোনো যুদ্ধ(Battle Royale) নহয়। ইয়াত ভাৰতীয় সোন্যৱাহিনী আধাৰিত, ইয়াৰ গ্ৰাফীক উন্নমানত কৰা হৈছে। চীন দেশৰ এপলিকেশ্বনলমূহ বৰ্জিত কৰা হেতু এই গেম ভাৰত চৰকাৰে আনিছে। 

ভ্ৰমণ । ভ্ৰমণৰ উপকাৰিতা

 আজিৰ দিনত আমি সকলো ব্যস্ত। নিজ নিজ কৰ্মক্ষেত্ৰত শ্ৰেষ্ঠত্ব লাভৰ দৌৰত অতি বেছি ব্যস্ত হৈ থাকে। তাৰ মাজতে কিছু সময় নিজৰ লগত, পৰিয়ালৰ লগত কটোৱাটো ও অতি প্ৰয়োজনীয়। দৈনন্দিন একঘেয়মীয়াতা দূৰ কৰে । ভ্ৰমণে দেহ মনলৈ আনি সতেজতা, নতুন উদ্যম।       ভ্ৰমণ(Travel) হ‘ল কোনো দূৰৰ ঠাইলৈ যাত্ৰা কৰা। ভ্ৰমণ উদ্দেশ্য কেৱল বিদেশ যাত্ৰা … Read more

ভাইৰেল ভিডিঅটো মানুহে এখন ট্ৰাক্ টানি লৈ গৈছে। যত নাগালেণ্ডৰ এখন দ খালত পৰি গৈছিল। Viral video shows people pulling out a truck.

ভাইৰেল ভিডিঅটো মানুহে এখন ট্ৰাক্ টানি লৈ গৈছে। যত নাগালেণ্ডৰ এখন দ খালত পৰি গৈছিল। Video Courtesy: Facebook     বৰ্তমান চছিয়েল মিডিয়াত অতি ভাইৰেল হৈ থকা নাগালেণ্ডৰ এটা ভিডিঅ। বহু মানুহৰ দল ৰুছিৰে এখন ট্ৰাক্ টানি উঠোৱা দেখা গৈছে। এই ভিডিঅটি গোটেই বিশ্বত চছিয়েল মিডিয়াত ভাইৰেল হৈ গৈছে। এই ভিডিঅটিৰ পৰা আমি সকলোবে বুজা … Read more

এই বিলিও ভোগালী বিহু(মাঘ বিহু) Bhogali Bihu

 এই বিলিও ভোগালী বিহু পুহমহীয়া শীতেৰে শীতল সময়ৰ বোকোচাত উঠি আকৌ আহিছে অসমবাসীৰ হেঁপাহৰ মাঘ বিহু, ভোগৰ বিহু ভোগালী। লগে ভাগে হেঁপাহৰ এসাঁজ খোৱাৰ দিন। মহামাৰী কোৰোনাৰ বিভীষিকা, লকডাউনে সৃষ্টি কৰা প্ৰতিকূল পৰিস্হিতিৰ পৰা কিছু সকাহ পোৱাৰ পৰৱৰ্তী পৰ্যায়ত অসমবাসীয়ে মুকলি মনেৰে পালন কৰিবলৈ আগবাঢ়িছে ভোগালী বিহু। কোৰোনা লকডাউনে বিধ্বস্ত কৰি যোৱা অৰ্থনীতিৰ মাজত বাপতি … Read more

ৱাটচাপে নতুন গোপনীয়তা নীতিয়ে মানুহক স্পষ্টতা কৰিছে(Wahtsapp new privacy policy)

ৱাটচাপে নতুন গোপনীয়তা নীতিয়ে মানুহক স্পষ্টতা কৰিছে(Wahtsapp new privacy policy)         আমি সকলোবে ইছমাৰ্টফোন(Smartphone) ব্যৱহাৰ কৰো। সেই ইছমাৰ্টফোনত আমি সকলোবে ৱাটচাপ এপ ব্যৱহাৰ কৰোঁ। আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত শুৱালৈকে  ৱাটচাপ ব্যৱহাৰ কৰোঁ। ই মানুহৰ মাজত জনপ্ৰিয় এপ, ইয়ে আমাৰ দৈনন্দিন লাগতিয়াল এপ, অৰ্থত আন কাৰোবাৰ বাবে সেই বস্তু ব্যৱহাৰ নকৰিলে দিনবোৰ … Read more

ফ্লিপকাৰ্ট ‘দ্যা বিগ বিলিয়ন ডে ছেল’ আৰু আমাজন ‘দ্যা গ্ৰট ইন্ডিয়ান ফেছটিবেল’ উৎসৱ বিক্ৰি অতিৰ্শীগ্ৰে আহি আছে

উৎসৱ অতিৰ্শীগ্ৰে আহি আছে, ইয়াৰ কাৰণতো হ‘ল বস্তু কিনাৰ নতুন সময়। ফ্লিপকাৰ্ট ‘দ্যা বিগ বিলিয়ন ডে ছেল‘ আৰু আমাজন ‘দ্যা গ্ৰট ইন্ডিয়ান ফেছটিবেল‘ যদিও ফ্লিপকাৰ্ট আৰু আমাজনে আজিলৈকে তাৰিখ ঘোষণা কৰা হোৱা নাই, উৎসৱ অতি শীৰ্গ্ৰে আহি আছে আৰু সকলো মানুহে কোবিদ-১৯ মহামাৰীৰ ফলত বস্তু বাহানীবোৰ কিনিবলৈ বাহিৰলৈ যাবলৈ পোৱা নাই। এই কেইটা মাহ প্ৰত্যক … Read more

আকৌ নতুনকৈ ভোডাফোন আৰু আইডিয়া ভাৰতবৰ্ষত | ভিআই(Vi) অপেৰটৰ

আকৌ নতুনকৈ ভোডাফোন আৰু আইডিয়া ভাৰতবৰ্ষত তুমি যদি ভোদাফোনৰ বা আইডিয়া ৱেব চাইট গৈ ক্লিক কৰা তেতিয়া স্বয়ংক্রিয়ভাবে ভিআই ৱেবচাইট লৈ যাব। কিয়োনো এই দুটা কোম্পানী একলগ হল। তুমি যদি ভোডাফোন বা আইডিয়া চিম ব্যৱহাৰ কৰা কিছুদিনৰ পিছত ভিআই হৈ যাব। সিহতক একলগ হবলৈ দুই বছৰ কিয়ো লাগিল কাৰণ জিঅ অহাৰ লগে লগে সিহতৰ কোম্পানী … Read more

CORRUPTION IN SI ASSAM POLICE | অসম আৰক্ষীৰ উপ পৰিদৰ্শক দুৰ্নীতি চলি আছে

অসম আৰক্ষীৰ উপ পৰিদৰ্শক(SI) দুৰ্নীতি  বৰ্তমান এটা অডিঅ‘ই গোটেই অসম ৰাজ্যত তোলপাৰ লগাইছে। অসম আৰক্ষীৰ উপ পৰিদৰ্শক দুৰ্নীতি চলি আছে। চাৰি লাখত বিক্ৰী উপ পৰিদৰ্শক চাকৰি। ছচিয়েল মিডিয়াত ভাইৰেল প্ৰাৰ্থী আৰু বিষয়াৰ লগত দৰ দামৰ অডিঅ‘ টেপ। বৰ্তমান চৰকাৰে দুৰ্নীতি মুক্ত কৰাৰ কথা কৈছিল, কিন্তু এই সময়ত দুৰ্নীতি দিনক দিনে বাৰিহে গৈছে। অসম চৰকাৰে উচিত … Read more

অসমীয়া বিজ্ঞাপন

বিজ্ঞাপন (ব্যংগ) ‘জামানা হে পাছ দহ বাৰ মাত চচো দহ বাহানে মাত বানো…..’       শুনা মাত্ৰেই ৰ’ল মাৰি আহিলো টিভিৰ সন্মুখলৈ  আহিলো। দেখিলোঁ যে তেওঁলোকৰ মাজত এজনে আনজনক ভাল পায়, কিন্তু দুজনে চিনাকী হব পোৰা নাই। অনুমান কৰিব পাৰি যে দুজনৰ মাজত যুৱনে আমনি কৰিছে। এনেকুৱা সময়ত কি কৰিব লাগে জানা, সেই সময়ত ক্লোচ … Read more

দশম শ্ৰেণীৰ পিছত কি পঢ়িম (What to do after 10th Class with Full Information?)

       arts, commerce&science stream    কোনোবা কয় আৰ্টছ, কোনোবাই কয় ক’মাৰ্চ, আকৌ আন কোনোবাই চায়েন্স, মোক কবা মই কোনোটো পঢ়িবলৈ ভাল লাগে। এনেদৰে এই কেইটা দিন ভাইটি, ভন্তিসতে নিজকে থিৰাং কৰিব পোৰা নাই। মই কি পঢ়িম? মই কোনটো বিষয় লম? কোনোবাই তোমাক প্ৰশ্ন কৰিলে ইয়াৰ প্ৰতুত্তৰ দিবলৈ বিপাঙোত পৰিলে তেতিয়া হ’লে এইটো শেষলৈকে পঢ়ি যোৱা। পঢ়াই … Read more