ফ্লিপকাৰ্ট ‘দ্যা বিগ বিলিয়ন ডে ছেল’ আৰু আমাজন ‘দ্যা গ্ৰট ইন্ডিয়ান ফেছটিবেল’ উৎসৱ বিক্ৰি অতিৰ্শীগ্ৰে আহি আছে

উৎসৱ অতিৰ্শীগ্ৰে আহি আছে, ইয়াৰ কাৰণতো হ‘ল বস্তু কিনাৰ নতুন সময়। ফ্লিপকাৰ্ট ‘দ্যা বিগ বিলিয়ন ডে ছেল‘ আৰু আমাজন ‘দ্যা গ্ৰট ইন্ডিয়ান ফেছটিবেল‘ যদিও ফ্লিপকাৰ্ট আৰু আমাজনে আজিলৈকে তাৰিখ ঘোষণা কৰা হোৱা নাই, উৎসৱ অতি শীৰ্গ্ৰে আহি আছে আৰু সকলো মানুহে কোবিদ-১৯ মহামাৰীৰ ফলত বস্তু বাহানীবোৰ কিনিবলৈ বাহিৰলৈ যাবলৈ পোৱা নাই। এই কেইটা মাহ প্ৰত্যক জনকে বিভ্ৰান্ত আৰু অনিচ্ছা মাজতো ই-কমাৰ্সছে প্ৰত্যেক বৰ্ষৰ দৰে এই বিলিও ফ্লিপকাৰ্ট আৰু আমাজনে বাৰ্ষিক বিক্ৰি আনিছে, যত এই বাৰ্ষিক বিক্ৰিয়ে সকলো গ্ৰাহকক ভাল সুযোগ আনি দিছে।

ফ্লিপকাৰ্ট 'দ্যা বিগ বিলিয়ন ডে ছেল' আৰু আমাজন 'দ্যা গ্ৰট ইন্ডিয়ান ফেছটিবেল'  উৎসৱ  বিক্ৰি অতিৰ্শীগ্ৰে আহি আছে


আগৰ দৰে আমাজনে HDFC BANKৰ Credit card আৰু Debit Cardৰ যোগেদি লেনদেন কৰিলে ১০ শতাংশ লৈকে ৰেহাই পাব পাৰে। গ্ৰাহকসকলে ঘৰৰ সামগ্ৰী, স্মাৰ্ট টিভি, স্মাৰ্টফোন আদি কিনাৰ সময়ত ১৩,০০০ টকালৈকে ৰেহাই পাব পাৰি। ইলেক্ট্ৰনিক সামগ্ৰীৰ ওপৰত আমাজনে ‘Rock bottom’ আৰু ‘Never before prices’ নিয়ম বান্দি দিছে। প্ৰাইম মেম্বাৰ থকা সকলে বিক্ৰীৰ অতি সোনকালে খুলি দিব। 

ফ্লিপকাৰ্ট 'দ্যা বিগ বিলিয়ন ডে ছেল' আৰু আমাজন 'দ্যা গ্ৰট ইন্ডিয়ান ফেছটিবেল'  উৎসৱ  বিক্ৰি অতিৰ্শীগ্ৰে আহি আছে


আমাজনৰ দৰে ফিপকাৰ্টতো নিজৰ পাচ্ সদস্যসকলক “early pass”সুবিধা দিছে। এচবিআই ডেভিট কাৰ্ট আৰু ক্ৰেডিট কাৰ্ট থকা গ্ৰাহকসকলে লেনদেন কৰিলে ১০ শতাংশ লৈকে কেছবেক পাব আৰু পেটিআম ব্যৱহাৰ কৰা লোকসকলে সুনিশ্চিত ভাবে কেছবেক পাব। ফিপকাৰ্টে দাবি কৰিছে এক টকা মোবাইল সুৰক্ষাৰসহ এক্সচেঞ্জ অফাৰ আনি দিছে। ফিপকাৰ্ট ই-কমাৰ্চ বেৱচাইট মোৱাইল, টিভি, ইলেক্ট্ৰনিক যিবোৰ বস্তু আছে সকলোতে ৮০ শতাংশ লৈকে ৰেহাই পাব। বিক্ৰিৰ সময়ত গ্ৰাহকসকলে “Maha price drop” ৰ দেখি কিনিলে অতিৰিক্ত ২০ শতাংশ হাৰত পাব। বিক্ৰি বঢ়াবৰ বাবে ‘rush hours’ আৰু ‘crazy deals’ অন্তৰ্ভুত্ত কৰিব।

Leave a Comment