Mobile Phone Buying Guide | Tips to Buy Best Smartphones Online, Offline
photo from youtub |
কোনটো মোবাইল কিনি ? কোনটো মোবাইল লোৱাটো মোৰ বাবে ভাল হ’ব ? হয! আমি এটা মোবাইল কিনিবলৈ যাওঁতে বহুত বিপাঙত পৰো। SAMSUNG, VIVO, OPPO, MI, ইত্যাদিৰ Brandৰ নাম আমি শুনি, দেখি থাকো। কিন্তু আমি এখন মোবাইল কিনিবলৈ যাওঁতে বহুত সমস্যাত পৰো। যেনে– দোকানৰ মানুহে কোনোবা বেয়া মোবাইল থগায় দিব পাৰে বা অনলাইনত বেয়া মোবাইলক পেকিং কৰি দিব পাৰে,
এনেবোৰ সমস্যা বা চিন্তাই আগুৰি ধৰে। যেতিয়া আমি মোবাইল কিনিবলৈ যাওঁ ১০,০০০ টকা লৈ ১৫,০০০-২০,০০০ টকাৰ মোবাইল লৈ আনো।
এনেবোৰ সমস্যা বা চিন্তাই আগুৰি ধৰে। যেতিয়া আমি মোবাইল কিনিবলৈ যাওঁ ১০,০০০ টকা লৈ ১৫,০০০-২০,০০০ টকাৰ মোবাইল লৈ আনো।
লেটেছ মোবাইল ল’লে কালি পুৰহি বেচাই দি আকৌ নতুন মোবাইল ল’ব লাগিব। কাৰণ মাহে মাহে নতুন নতুন মোবাইল ওলায় আছে। কোম্পানীৰ মাজত কোম্পুটিশ্বন হৈ আছে।
Feature Phone, Smart Phone এনেকুৱা কোনটো মোবাইল ল’ব খুজিছা। গেম খেলিবলৈ, মানুহক দেখাবলৈ, ফতো বা বিডিঅ’ তুলিবলৈ, না একো নকৰাকৈ কল মাত্ৰ। আপুনি বন্ধ কঠাত খিৰিকি খুলি অলপ বহি নোত বুক লৈ অকনমান চিন্তা কৰি চাওঁ। মোৰ কাৰণে Whatsaap, Facebook, Instragram আদি আপলিকেশ্বন ভালদৰে চলিবলৈ কোনো হেং নোহোৱা মোবাইল। যেতিয়ালৈকে মোৰ মোবাইল চলিব তেতিয়ালৈকে মোৰ কাম চলি থাকিব। যেতিয়া তোমাৰ বন্ধুবে কয় এতিয়াও ১৬শ মডেল চলি আছা, এতিয়া নতুন মডেল ল। আৰু ঘৰত আহি নতুন মডেল লয়। কিন্তু জীৱনত কেতিয়াও এনেকুৱা পাছে পাছে চলি নোৱাৰিব। কিয়নো লেটেছ মডেল বুলি কোম্পানীবিলাকে আমাৰ চকুবোৰ মকৰা জালৰ দৰে জাল পাতি আছে।
Procesor: তেতিয়া হ’লে এইখিনিলৈ আমি কিছু হ’লেও জানিলোঁ। এতিয়া আচল কথা হৈছে মোৱাইলৰ Procesor। Procesor হৈছে মোবাইলৰ মগজু, ফোনে যিবিলাক কাম বা প্ৰোছেচিং কাম কৰে।
ফোনৰ যিমানবিলাক কোম্পানী আছে সেই সকলোৰে প্ৰোছেচৰ বনায়। ইয়াৰে তিনিটা কোম্পানীৰ নাম বেছি শুনিবলৈ পাওঁ Qualcomm snapdragon, Media Tech আৰু SAMSUNG Exynos, আপুনি যিমান দামিৰ মোবাইল লব সিমান ভাল প্ৰোছেচৰ থাকিব লাগে। ARM Advanced RISC Machine ইমান ইপেষ্টছ মাজত মোবাইলে সকলো বস্তু সমুৱায় দিয়া। ইয়াৰ ভিতৰত মিলিয়ন ষ্টাৰজেতৰ আছে, ইয়াত যিমান ষ্টাৰজেতৰ থাকিব সিমান মোবাইলটো Speed হব। আগতে 12nm, 26nm, 10nm ষ্টাৰজেতৰ নেনোমিটাৰ আহিল, লাহে লাহে সৰু হৈ গৈছে। আজি কালি মোবাইলবিলাক পাতল হ’ল, কাৰণ আগৰ মোবাইলবিলাক কিপেত হ’লেও বহুত ডাঙৰ আছিল।
ইয়াৰ পিছতো প্ৰোছেচৰ ভিতৰতো CORE আছে DUAL CORE, QUAD CORE পৰা Octa CORE(৮লৈকে)আদি। উদাহৰণ এখন হোটেলত দুজন মানুহ কাম কৰা থাকিলে, সেই হোটেলত কামবোৰ লাহে লাহে কাম হব। কিন্তু কাম কৰা চাৰি-পাঁচজন থাকিলে কামবোৰ সোনকালে হ’ব। গুগোলত গৈ কাৰ কিমান core আছে তাৰ বিষয়ে অধিক জানিব পাৰিব।
Battery: এতিয়া আহিল বেটাৰী, 3000mAh, 5000mAh। mAh মানে হ’ল Milliampere hour(mAh)। যেতিয়া তোমাৰ মোবাইলত 3000mAh আছে, তোমাৰ মোবাইল যিমান ব্যৱহাৰ কৰিব সিমান বেটাৰী খাৱ। যেনে- এক ঘণ্টাত 1000 mAh যাব, যদি তিনি ঘণ্টাত ব্যৱহাৰ কৰা 3000 mAh বেটাৰী শেষ হৈ যাব। বেছি আমি ইণ্টাৰনেট, গেম, নেটৱাৰ্ক আহা যোৱা কৰিলে বেছি বেটাৰী ব্যৱহাৰ হয় আৰু ইছক্ৰিন ডাঙৰ বেটাৰী সৰু হ’লেও হয়। যাৰফলত আমাৰ বেছি বেটাৰী সোনকালে শেষ হয়।
Glass: মোবাইলৰ ইছক্ৰিনখন গৰিলা গ্লাছ্(Gorilla Glass) আছে না নাই ইয়াৰ বিষয়ে জানিব লাগে। আজিকালি গৰিলা গ্লাছ ১ৰ পৰা ৫ লৈকে আহিল। আপোনাৰ পোকট বা বেগক ত যদি খুছৰা পইচা বা ছাবি থাকিলেও ইছক্ৰিনখন কোন একো সানি নহয়। কেতিয়া টেবুলৰ পৰা পৰিলেও বা হাতৰ পৰা পৰিলেও ইছক্ৰেছখন একো নহয়। কাৰণ ইছক্ৰিনখন ফাটি গলে ৫ হাজাৰতকৈ বেছি টকা লাগে, ইয়াৰ বাবে গৰিলা গ্লাছ নহলেও টেমপাৰ গ্লাছ লগাই লব লাগে।
Selfi Camera: আজিকালি ফোৰ্ন কেমৰা বিভিন্ন ধৰণৰ ওলাইছে; বেজাল লেন্সছ(Bezel-less)- নোকচ(Notch),Punch Hole, Slider, Under Display Cameras, ৱাটাৰ ড্ৰপ ইত্যাদি মোবাইল আহিছে, আপোনাৰ পচন্দ অনুসৰি লব পাৰে।
Random acces memory: পিছত আহিল ৰেম(RAM)-Random acces memory। ৰেমে সকলো ধৰণৰ কাম কৰা টাক্সবাৰট ইষ্টৰ হৈ থাকে। এখন আপলিকেশ্বন খুলিবৰ কাৰণে ৰেমোৰ প্ৰয়োজন হয়, কাৰণ ইয়াত ইছষ্টৰ(লাইব্ৰেৰী) হৈ থাকি ফাইলবিলাক খুলিবৰ কাৰণে সহায় কৰে। এখন মোবাইলত 2,3,4 GB লৈ ৰেম থাকে।
Display Resolution: এতিয়া আহিল চকুত ভালকৈ দেখিবৰ ভাবে Resolution । HD display লব লাগে কাৰণ কোনো এখন ফটো বা ভিডিঅ ভাল দৰে চাবলৈ হল ভাল display ৰ প্ৰয়োজন, তেতিয়াহে ভাল কৈ দেখিবলৈ পাব। কাৰণ এই displayত সৰু সৰু হৈ বহুত হাজাৰ হাজাৰ pixel থাকে। এই হাজাৰ হাজৰ pixel লগ লাগি আমাক ভাল ছবি দেখুৱাই দিয়ে। যেনে-2560×1440, 2560x1440, 1920x1080 displayৰ size। কিন্তু 720p ৰ জীৱনত নলব, কিয়নো আজি কালি বহু কম দামতে ভাল মোৱাইল পাইছে। যেতিয়া আমি ভিডিঅ’, ছবি চাওঁ বা মোৱাইলত আৱদ্ধ কৰোঁ, তেতিয়া আমাক ভাল display লাগে, যদি নহয়! আমি নিজৰ বন্ধুৰ আগত মোৱাইল উলিয়াবলৈ লাজ কৰিব।
Camera: ইয়াৰ পিছতে কেমেৰা, আজি কালি দুৱেল কেমেৰা, ট্ৰিপ্ল কেমেৰা…. আদি বহু কেমেৰা মোৱাইলত আহিছে। কিন্তু কেমেৰা বেছি হলেও নহৱ, কেমেৰাত ভাল কুৱালিতি ফতো দিয়াটোহে ভাল কেমেৰা বুলি ক’ব পাৰি। উদাহৰণ হিচাপে google pixel আজিও এটা মাত্ৰ কেমেৰা তথাপিও ভাল ছবি দিয়ে। Mega pixelৰ লগত নহয়, কুৱালিতিহে বেছি চাব লাগে। যদি তুমি কেমেৰাৰ কাৰণে মোৱাইল লব খুজিছা, তেতিয়া হ’লে প্ৰচেছাৰ, RAM আদি পাহৰি যোৱা, গুগলত গৈ ৰিৱউ চাই, কেনেকুৱা ছবি বা ভিডিঅ’ দিছে ইয়াৰ বিষয়ে চাব লাগিব। কিন্তু dslr camera ল’লে বেছি ভাল, কিয়নো মোৱাইলৰ কে্মেৰাত ইমান ভাল কুৱালিটি ফটো নিদিয়ে, ইয়াক মানুহক ফোন, মেচেছ আদি দিবলৈ হে দিছে, এই কাৰণে ডিজিচেলাৰ লবাটো বেছি ভাল, ইয়াত ফটো, ভিডিঅ’ ভাল কুৱালিটি দিব।
আৰু ইয়াৰ পিছতে আহে মোৱাইলত দুৱেল চিম, ৱাইফাই না এটা মাত্ৰ চিম আছে নে নাই চাব লাগে।
secure: ইয়াৰ পিছতে আহে ফিংগাৰ প্ৰিন্, ফেচ লক আদিয়ে মানুহক সুৰক্ষা প্ৰদান প্ৰদান কৰে।
Audio 3.5mm Jack পিন আছে না নাই ভালকৈ চাই লব লাগে। কিয়নো আজি কালি Jack পিন, Charger আদি কোম্পানিবিলাকে মোৱাইলবিলাকত নিদিয়া হৈছে, কাৰণ bluetooth আদি কৰি মানুহবিলাকে ব্যৱহাৰ কৰি ভাল পায়। উল্লেখযোগ্য যে পিন ভৰাই charger দি বা ইয়াৰফোনত থকা সময়ত ফোন আহিলে বা কেনেৱাকৈ পৰি গ’লে মোৱাইল বেয়া হোৱাৰ সম্ভৱনা বেছি। যদি তোমাৰ মোৱাইল ইয়াৰ মাজত দুটা বা এটা নাথাকিলে ধনীবিলাকৰ মোৱাইল বুলি জানিবা। ৱাটাৰ ৰিহিছটিং, ফাছ চাৰজিং, ৱাইয়াৰ লেছ chager, Android কিমান version আপডেট আহে না নাহে আদি চাই ল’ব লাগে।
কিছুমান ফোন অনলাইন বা অফলাইনত কম, বেছি হৈ থাকে। কত বেছি কম দামত পাৱ, কিন্তু মই তোমালোকক জনাওঁ, ইয়াত লবা, সেই ঠাইত নলবা ইয়াৰ বিষয়ে মই একো নকওঁ। তো্মাৰ ইচ্ছা কত বেছি দাম কম তাতে লবা। কিন্তু Brandৰ লগত নলবা, যিতু ফোনে তোমাক সকলোকৈ ভাল লাগিছে, সেইটো ফোন লবা, আৰু তোমাৰ ওচৰত ইয়াৰ চাৰ্ভিচ চেণ্টাৰ আছে নে নাই সেইটো ভালদৰে চাই লবা, যদি নাই বেয়া হ’লে এনে ঘৰত পৰি থাকিব। যদি তুমি বেছি দামিৰ মোৱাইল ললে ইনচুৰেশ্বন বা ৱাৰেণ্টি আদি কৰি থব পাৰে। কেতিয়াৱা চুৰ, হেৰায় গ’ল পইচাটো অকনমান হ’লেও বাচিব পাৰিব।