Koi Nidiya Kiyaw Lyrics | কৈ নিদিয়া কিয়
আং নাংগ কুমুন মানং মানেনো কি, মানেনো কি? X2 আং নাংগ কুমুন মানং মানে মই তোমাক ভাল পাওঁ জনানে? ভাল লাগিছে যদি মনে খাইছে যদি কৈ নো কৈ নিদিয়া কিয়? আং নাংগ কুমুন মানং উধোনিয়া কৈ খোপা কৈ দিলো নেবান্ধিবা ৰাতি ৰাতি টোপনি নাহে ৰাতি টোপনি নাহিলে উজাগৰে থাকিলে মৰম হেনো বেচিকৈ … Read more