অসমীয়া ভাষাত কেনেকৈ লিখিব | Assamese keyboard download in Assamese

       আজি মই আপোনালোকক অসমীয়া বিনামূল্য কিৱাৰ্ডৰ ছেফৱেৰৰ বিষয়ে বিতংগকৈ আলোচনা কৰিম। আপোনালোকে কম্পিউটাৰ বা লেপটপ লোৱাৰ পিছতো অসমীয়াত লিখবলৈ বহুতো অসুবিধা সন্মুখিন হৈছে। কাৰণ আজিলৈ কোনো মানুহে ইয়াৰ বিষয়ে আলোচনা কৰা নাই। কিছুমান কিৱাৰ্ড ছফৱেৰ আছে যিবিলাকে বিনামূল্য নহয় আৰু কিছুমান ফ্ৰী কিৱাৰ্ড আছে যতে গুগলত বিচাৰি পাৱলৈ টান। কিন্তু মই আপোনালোক অতি সহজে নিজৰ লেপটপ বা কম্পিউটাৰত Install কৰি অসমীয়া কিৱাৰ্ড ছেফৱেৰ ব্যৱহাৰ কৰিব পাৰিব। আহোক অসমীয়া বিনামূল্য কিৱাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে কি কৰিব লাগে এই সকলো তথ্য মই আপোনালোকক জনাওঁ। (কেৱল Windows ব্যৱহাৰ কৰা ব্যক্তিৰ বাবেহে)

প্ৰথমতে Windows বটম কিল্ক্ কৰি চাৰ্জ কৰিব Language setting তাতে দেখা পাব Preferred Languages ইয়াৰ তলতে দেখা পাব Add a language তেতিয়াই নিজৰ ভাষাতো বাচনি কৰিবলৈ দিব, তলত চাৰ্জ বটনত Assamese বুলি লিখি দেলেই আহিব। তেতিয়া অসমীয়া ভাষাত কিল্ক্ কৰি Install কৰি লব।

Preferred Languages
Assamese language install

দ্বিতীয়তে তুল বাৰত ENG লিখা থকাত কিল্ক্ কৰিব, তেতিয়া Assamese- INSCRIPT keyboard কিল্ক্ কৰি নিজৰ নটপেট বা ৱাৰ্ড ডুকোমেণ্টত গৈ অসমীয়াত লিখিব পাৰিব। অসমীয়া লিখোতে ইংৰাজীলৈ যাবলৈ হলে press windows key+ space মাৰিলেই ভাষা বদলাব পাৰি।

 তৃতীয়তে আখৰৰ Fontsবিলাক change কৰিবলৈ বিশেষ চফৱেৰৰ ডাউনলোড কৰিব লাগে। গুগলত গৈ Kalpurush, SolaimanLipi, Shonar Bangla নামৰ fonts সমূহ ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব।

       এতিয়া তোমালোকে অসমীয়াত কেনেকৈ লিখে, কেনেকৈ Install কৰিব পাৰি এই সকলো প্ৰচেজ ভাল বুজায় দিবলৈ চেষ্টা কৰিলো। যদিও কিবা কাৰণত অসুবিধা সন্মুখিন হৈছে, তেতিয়া হলে কমেন কৰি জনাব, আপোনালোকৰ কমেন যিমান পাৰো অতি শীঘ্ৰে উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু লগতে নিজৰ বন্ধু বৰ্গৰ লগতে ছেয়াৰ কৰিবলৈ নাপাৰিব। ধন্যবাদ।

Leave a Comment