চুনু মুনু | Sunu Munu lyrics

প্ৰথমে প্ৰণামো
আই সৰস্বতী
দ্বিতীয় প্ৰণামো
হৰি
এ তৃতীয় প্ৰণামো
তোৰে ঘৰৰ পদূলিত
বিয়া হৱ
মোলে তই
যদি

মোপ মন ফুলনিৰ বাগিচাৰ
ক’না, ক’না,
হবি নে মোৰ মালিতা
তোকে ভাৱি লিখা কবিতা
জাননে, জাননে,
জাৰৰে ঐ বিচনাত
মোৰ যৌৱনৰে জিলাতে
এটি সৰু ঘৰ খেৰ পথাৰে
সাজিমে মই
তোৰে লগতে
এ দেহী, পাহাৰ বগাই বগাই
তেনীমাই
কপৌফুল নানোগৈ
অ’ চেনীমাই
খোপাতে দিবলৈ বুলি
এ দেহী
ভৈয়ামতে যে পায়
কত’ নাহৰ তগৰ
অ’ চেনীমাই
লাগিলে তাকে দিম আনি

এ জাননে
ঐ বদন
ঐ এপেগতে মজা, দুপেগতে নিচা
তিনি নম্বৰ পেগটো পালে
হৈ যাম মই ৰজা
মোৰ শিতানৰে গাৰু
হ’বিনে ঐ ৰুণু
এ তোকে পালে
নালাগে মোক
আন চুনু মুনু
মোৰ যৌৱনৰে জিলাতে
এটি সৰু ঘৰ খেৰ পথাৰে
সাজিমে মই
তোৰে লগতে
এ দেহী,
পাহাৰ বগাই বগাই
চেনীমাই
কপৌফুল নানোগৈ
অ’ চেনীমাই
খোপাতে দিবলৈ বুলি
এ দেহী
ভেযামতে যে পায়
কত’ নাহৰ তগৰ
অ’ চেনীমাই
লাগিলে তাকে দিম আনি

এ হাই হাই,
লাউত লাগে হেন্দালি
অ’ আইকন,
হাই হাই অ’
হাই হাই অ’
জকাত দিবি বাঁহৰ দাঙি
অ’ আইকণ,
হাই হাই অ’
হাই হাই অ’
অ’ তোৰে মোৰে মাজতে
নালাগে কাকোৱে
হাই হাই অ’
হাই হাই অ’
হাই হাই অ’
হাই…
মোৰ যৌৱনৰে জিলাতে
এটি সৰু ঘৰ খেৰ পথাৰে
সাজিমে মই
তোৰে লগতে
এ দেহী, পাহাৰ বগাই বগাই
চেনীমাই
কপৌফুল নানোগৈ
অ’ চেনীমাই,
খোপাতে দিবলৈ বুলি
এ দেহী
ভৈয়ামতে যে পায়
কত’ নাহৰ তগৰ
অ’ চেনীমাই,
লাগিলে তাকে দিম আনি

Singer: Achurjya Borpatra
Lyrics & Composition : Rishi Boruah

Leave a Comment