গ্ল’বেল ৱাৰ্মিং
পৃথিৱীৰ পৃষ্ঠ, বায়ু আৰু মহাসাগৰৰ গড় উষ্ণতা বৃদ্ধিক গোলকীয় উষ্ণতা বৃদ্ধি বুলি জনা যায়। গোলকীয় উষ্ণতাৰ কাৰণ কঠিন আৱৰ্জনা, কাঠ আৰু জীৱাশ্ম ইন্ধন যেনে তেল, গেছ, পেট্ৰল, কেৰাচিন জ্বলাই সেউজ গৃহ গেছ সৃষ্টি কৰি বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। আমাৰ বায়ুমণ্ডলত থকা গেছবোৰে ৰ’দৰ পৰা অহা তাপ আৱদ্ধ কৰি পৃথিৱীখনক উষ্ণ … Read more