Ahe ba nahe lyrics | আহে বা নাহে lyrics

আহে বা নাহে ঘুমতিআহিবা ৰাতি সপোনকে লৈসপোনকে লৈথাকে বা নাথাকে শাওণৰে ধল তুমি মৰমৰে নৈমৰমৰে নৈদুপাখি মেলি সমীৰে আহিদিয়ে বা নিদিয়ে ফাগুনৰে খবৰতুমি ৰোৱা যেন মোলৈআহে বা নাহে ঘুমতিআহিবা ৰাতি সপোনকে লৈসপোনকে লৈ চুৱে বা নুচুৱে নিয়ৰেশেৱালি পাহিতি শৰতে শৰতেচুৱে বা নুচুৱে নিয়ৰেশেৱালি পাহিতি শৰতে শৰতেনাচে বা নানাচে জোনাকি হৈতুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈআহে … Read more