কি নাম দি মাতিম lyrics | ki naam di matim lyrics dr bezbaruah 2
তেজ বগুৱা সপোন তুমিকি নাম দিমজেদ কৰোৱা দাপোণ তুমিকি নাম দিম নদী মই লহৰে সাগৰ বিচাৰেময়ো তোমাতে মিলিমতোমাতে মিলিম কি নাম দি মাতিমমাতিম তোমাক এটি প্ৰভাত তোমাৰ হাঁহিতহেঁপাহৰ বিলখনিজিলমিল জিলমিলএটি ৰাতি তোমাৰ চুলিতএন্ধাৰৰ ধেমালিখিল-খিল খিল-খিল এটি প্ৰভাত তোমাৰ হাঁহিতহেঁপাহৰ বিলখনিজিলমিল জিলমিলএটি ৰাতি তোমাৰ চুলিত এন্ধাৰৰ ধেমালিখিল-খিল খিল-খিল সাঁথৰৰ কথাৰে পকাবলে এৰাচিধা কথাহে বুজিমবুজালে বুজিম কি … Read more