ৰুমাল song lyrics | Rumal Lyrics in english

একবিংশ শতিকাৰ প্ৰেম কাহিনীৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙণিএকবিংশ শতিকাৰ মোৰ কাহিনীৰুমালৰে সাজতে স্মৃতি হৈ মৰমীৰুমালৰ ভাঁজে ভাঁজে দুখৰে বিননিৰুমালত কাহিনীৰুমালত জীৱনীৰুমালত হুমুনিয়াহৰুমালত উচুপনিৰুমাল, ৰুমাল, ৰুমাল, ৰুমালএখন ৰঙা ৰুমালৰুমাল, ৰুমাল, ৰুমাল, ৰুমালআজিৰ শেতা ৰুমাল । সেই কোন কাহিনীত দেখা এযোৰি কাজল চকুমনত পৰিলে আজিও শোকে খুন্দে বুকুকৃষ্ণচূড়াৰ তলত, স্কুলৰ দুপৰীয়াক্লাছৰ ফাকে ফাকে, কতনো ওমাল কথালুটিয়াই চালে জীৱনী … Read more