অসমীয়া ভাব সম্প্ৰসাৰণ
ভাব সম্প্ৰসাৰণ আঁঠুৱা চাই ঠেং মেলা আঁঠুৱাৰ ভিতৰত আঁঠৱা যিমান দীঘল সেই হিচাপেহে ভৰি মেলি শুব লাগে। নহ’লে ভৰি লাগি আঁঠুৱা ফাটিব পাৰে বা দাং খাই মহ সোমাব পাৰে। এনে হ’লে আঁঠুৱা তৰি শোৱাৰ কোনো অৰ্থই নাথাকে। ঠিক তেনেদৰে যাৰ যিমান সামৰ্থ্য ঠিক সেইমতে কাম কৰিব লাগে অথবা যাৰ যিমান আয় সেইমতে ব্যয় কৰিব লাগে। … Read more