Eserenga ronga lyrics
তুমি যদি হোৱাএচেৰেঙা ৰঙাৰ’দালিৰে আবিৰ সনাউকা মন আকাশতডাৱৰে পোহৰেশিমলু তুলা হৈ উৰাতুমি যদি হোৱাপলাশে ৰঙোৱানৈপৰীয়া মনজুৰোৱা পচোৱাবুকুতে জিৰণি লোৱানাতুমি যদি হোৱাএচেৰেঙা ৰঙাৰ’দালিৰে আবিৰ সনাউকা মন আকাশতডাৱৰে পোহৰেশিমলু তুলা হৈ উৰা দুটি উঁঠৰেপৰশতেজীপাল হোৱাসুৰৰ দৰেদুপাৰ ভাঙিবৈ আহানাবাৰিষা হৈধাৰাশাৰেঅ’পাৰা যদি হোৱা তুমিপাহাৰৰ দৰে গহীনঅ’সাগৰ বিশাল আদৰেৰেপাৰা যদি হোৱা গভীৰআচুতীয়া মৰমৰে ঢৌ তুলিচিৰদিনতুমি যদি হোৱাএচেৰেঙা ৰঙাৰ’দালিৰে আবিৰ সনাউকা … Read more