শাৰদী জোন | Xarodi Jun Lyrics
শাৰদী জোন তুমি আহিলেফাগুন আহিবপলাশ ফুলিব বুকুততুমি হাঁহিলেমোৰে আকাশতজ্বলিব শাৰদী জোনমেঘে মেঘে উৰা মাৰেঢৌৱে ঢৌৱে বাঢ়ি আহমেঘে মেঘে উৰা মাৰেঢৌৱে ঢৌৱে বাঢ়ি আহহিয়াতে প্ৰণয়মোৰ হিয়াতে প্ৰণয়হিয়াতে প্ৰণয়মোৰ হিয়াতে প্ৰণয় চেঁচা কুঁৱলীৰ ৰাতিৰিণিকি শুনো তোমাৰচিনাকী মাতচেঁচা কুঁৱলীৰ ৰাতিৰিণিকি শুনো তোমাৰচিনাকী মাতবেঁকা পশ্চিমৰ বেলিলহিয়াই থাকে বুকুলিহিয়াই থাকে বুকুপেলাই মোৰ শাঁতমনে মনে মোৰো মনেঅভিমানী অনুৰোগেমনে মনে মোৰো মনেঅভিমানী … Read more