ফাগুন: এজাক সুৰীয়া বতাহ
এই গীতটি মূলতঃ হেৰুৱা প্ৰেমৰ বেদনা, হুমুনিয়াহ আৰু প্ৰিয়জনৰ অবিহনে সৃষ্টি হোৱা এক গভীৰ শূন্যতাৰ ওপৰত আধাৰিত এক অতি আৱেগিক আৰু ৰোমাণ্টিক সুৰ।
Lyrics: Paplu Chetia
Composition: Anshuraj Kashyap
বহু দিন হল তোমাক
একেৰাহে নেদেখা
খবৰো নপোৱা
হলানা নেকি তুমি
চহৰেৰে থিকনা
ভবাতু নাছিলো তুমি
হঠাতে এৰি যাবা
কৰি এৰা পৰিলিয়া
তুমি নহলে এই চহৰত
নুফুলে বউগেনভিল্লীয়া
তুমি নহলে এই চহৰত
নুফুলে বউগেনভিল্লীয়া
নুফুলে বউগেনভিল্লীয়া
উকা কাগজৰে দৰে মনৰ আকাঁ
তুমিজে নাই উদং পুদং ছপাখ
ভালপোৱাৰ ৰঙেৰে ফুলি আছা তুমিয়ে
নকলা কিনু হল কিয়ো গলা দুৰলে
ভবাতু নাছিলু তুমি হঠাতে এৰি যাবা
কৰি এৰা পৰলিয়া
তুমি নহলে এই চহৰত
নুফুলে বউগেনভিল্লীয়া
তুমি নহলে এই চহৰত
নুফুলে বউগেনভিল্লীয়া
নুফুলে বউগেনভিল্লীয়া