Sokule Sai Ruwa Lyrics · Prabin Borah
১. তুমাৰে, মিঠা চাওঁনিয়ে
অভিমানী, উঠৰ কথাবোৰে
প্ৰেমৰে দৌ তুলে, হিয়াতে ৰং হানে
তুমি জানু জানে নে
চিঠিৰ ভাজত, লিখি থোৱা
হাঁথৰ লগা কবিতা
হাঁচি পাতৰ, কাহিনী
আমাৰে ভাল পোৱা
চকুলে চাই ৰুৱা, মোৰে বাদলে
মৰমৰ বৰষা হৈ
বাৰে প্ৰতি বাৰে, ভাল পাবা খুজো
তুমাক জীবনলৈ
চকুলে চাই ৰুৱা, মোৰে বাদলে
মৰমৰ বৰষা হৈ
বাৰে প্ৰতি বাৰে, ভাল পাবা খুজো
তুমাক জীবনলৈ
২. জীয়াব খুজো, আজি
এটি সপনোৰে, ছবি
আছিলে যে, প্ৰেম, সাতৰঙি
আ, জুখিব কোনে
আমাৰ মৰম ভালপোৱা
তুমি মাথু মোৰেই হোৱা
বাৰে প্ৰতি মোৰেই সাদনা
তুমাৰেই হোৱা জীৱন তুমি
ঘুৰিয়া বতাহ বলিছে
চোৱানা প্ৰেমৰ, ভাজেৰে আজি
চকুলে চাই ৰুৱা, মোৰে বাদলে
মৰমৰ বৰষা হৈ
বাৰে প্ৰতি বাৰে, ভাল পাবা খুজো
তুমাক জীবনলৈ
চকুলে চাই ৰুৱা, মোৰে বাদলে
মৰমৰ বৰষা হৈ
বাৰে প্ৰতি বাৰে, ভাল পাবা খুজো
তুমাক জীবনলৈ
Sokule Sai Ruwa Lyrics
[Verse 1]
Tumare, mitha sawoniye
Obhimani, uthor kotha bure
Premore dhou tule, hiyate rong xane
Tumi janu jana ne
Premore dhou tule, hiyate rong xane
Tumi janu jana ne
[Pre-Chorus]
Sithir bhajot, likhi thuwa
Xathor loga kobita
Xasi pator, kahini
Amare bhalpuwa
[Chorus]
Sokule sai ruwa, mure badole
Moromor boroxa hoi
Bare proti bare, bhal pabo khuju
Tumak jibonoloi
Sokule sai ruwa, mure badole
Moromor boroxa hoi
Bare proti bare, bhal pabo khuju
Tumak jibonoloi
[Verse 2]
Jiyabo khuju, aji
Eti xopunore, sobi
Aasile je, prem, xaturongi
Aa, jukhibo kune
Amar, morom bhalpuwa
Tumi mathu, murei huwa
[Pre-Chorus]
Bare proti murei xadhona
Tumarei huwa jibon tumi
Ghuriya botaho, bolise
Suwana premor, bhajere aji
[Chorus]
Sokule sai ruwa, mure badole
Moromor boroxa hoi
Bare proti bare, bhal pabo khuju
Tumak jibonoloi
Sokule sai ruwa, mure badole
Moromor boroxa hoi
Bare proti bare, bhal pabo khuju
Tumak jibonoloi