ফউ-জি(FAU-G) গেম Fearless and United Guards(লোকপ্ৰিয় দৰে সংক্ষিপ্ত ফউ-জি) এক অনলাইন মল্টিপ্লেয়াৰ একশ্বন গেম। এই গেমক বেঙ্গালুৰু মুখ্যকাৰ্যালয়ৰ এনকোৰ গেমছ(nCore Games)ৰ যোগেদি বিকাশ কৰে। ৭২তম গণতত্ৰ দিৱসত এই গেমক ভাৰতবৰ্ষৰ প্লে স্টোৰত ২৪ ঘণ্টাৰ কম সময়ৰ ভিতৰতে সকলোতকৈ অধিক প্ৰাক্-ৰেজিষ্টাৰ কৰা হয়। বালীবুড অভিনেতা অক্ষয় কুমাৰে ৪ চেপ্টেম্বৰ ২০২০ত নিজৰ টুইটাৰ আৰু ইনষ্ট্ৰাগ্ৰাম একাউনৰ যোগেদি ফউ-জি গেমৰ ঘোষণা কৰিছিল, আৰু এইটো এণ্ডৰইট আৰু আইওএছ ত উপলদ্ধ হোৱাৰ কথা দিয়ে। প্ৰোমোটৰসকলে দাবি কৰে ফউ-জি খেলৰ উদ্দেশ্য ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত আন্দোলনও সমৰ্থন কৰি লাগে। ইয়াক অক্টোবৰ ২০২০ লৈকে শুভ আৰম্ভ কৰিবৰ বাবে ঠিক কৰিছিল, কিন্তু গেম পাব্লিশ্বএ এক টুইটাৰ যোগেদি ঘোষণা কৰে, শুভ আৰম্ভ নবেম্বৰৰ ২০২০ লৈকে প্ৰবল চেষ্টা কৰে আৰু তাৰ পিছত আকৌ বাৰ ডিচেম্বৰ ২০২০ আৰু জানুৱাৰী ২০২১ লৈকে প্ৰচেষ্টা কৰে, কোনো বিশেষ মুক্তি নকৰাকৈ ৩ জানুৱাৰী ২০২১ ৰ কোম্পানীৰ টুইটাৰত জানকাৰী দিয়ে যে এই গেম ২৬ জানুৱাৰী ২০২১ ত শুভ আৰম্ভ কৰা হব। খেলৰ প্ৰবৰ্তক অক্ষয় কুমাৰ আৰু বিশাল গোণ্ডলে ঘোষণা কৰে খেলৰ আৰম্ভণি ৰাজ্যস্ব ২০ শতাংশ ভাৰতৰ বীৰ ট্ৰষ্টক দান দিয়া হব। `ফউ জি হ‘ল কাহানিৰ ভিক্তিক খেল। ইয়াত কোনো যুদ্ধ(Battle Royale) নহয়। ইয়াত ভাৰতীয় সোন্যৱাহিনী আধাৰিত, ইয়াৰ গ্ৰাফীক উন্নমানত কৰা হৈছে। চীন দেশৰ এপলিকেশ্বনলমূহ বৰ্জিত কৰা হেতু এই গেম ভাৰত চৰকাৰে আনিছে।