বৰ্তমান ছচিয়েল মিডিয়া আৰু ইয়াৰ প্ৰভাৱ | ছচিয়েল মিডিয়াৰ নেতিবাছক দিশ
বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানে মানুহৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনলৈ নানা পৰিৱৰ্তন কঢ়িয়াই আনিছে। এই প্ৰযুক্তিবিজ্ঞানৰ অৱদান হ’ল টেলিফ’ন, মোবাইল, টেলিগ্ৰাফ, টেলিভিশ্বন, গ্ৰাম’ফ’ন, ৰে়ডিঅ’, কেমেৰা, মুভি কেমেৰা, কথাছবি ইত্যাদি। কুৰি শতিকাৰ এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ হৈছে কম্পিউটাৰ। ইয়াক আমি যান্ত্ৰিক মগজু আখ্যা দিব পাৰোঁ। বৰ্তমান ই মানৱ সমাজৰ এক অপৰিহাৰ্ষ অংগ হৈ পৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানে … Read more