ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯)
পৰিচয়ঃ ক’ৰোনা ভাইৰাছ হ’ল সাধাৰণতে ক’ভিড-১৯(COVID-19) বুলি কওঁ, এটি সংক্ৰমণ ৰোগ যি মানুহৰ শ্বাসযন্ত্ৰত অসুস্হতাৰ মূখ্য কাৰণ। কভিড-১৯ প্ৰথমতে ২০১৯ চনৰ ডিচেম্বৰ মাহত ৱূহান চহৰত চিন্হিত কৰা হৈছিল। ২০২০ চনৰ মাৰ্চ মাহত বিশ্ব স্বাস্হ্য সংস্হা (ডাব্লুএইচও) ক’ভিড-১৯ বিয়পি যোৱাৰ মহামাৰি হিচাপে যোষণা কৰে, এইয়ে গোটেই বিশ্বতে বিপুল সংখ্যক মৃত্যুবৰণৰ কাৰণ হৈছে। ক’ভিড-১৯ আজিলৈকে কোনেও প্ৰমাণিক … Read more