বুকু হম হম কৰে lyrics assamese
বুকু হম হম কৰে মোৰ আইকোনে নিদ্ৰা হৰে মোৰ আই,পুত্ৰ হৈ মই কিমতে তৰোআই তোৰে হৈ মই মৰো,বুকু হম হম কৰে মোৰ আই… দেশৰে চন্দ্ৰমা…কাল এন্ধাৰে আৱৰে,অগনি কালিকা…দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে,বুকু হম হম কৰে মোৰ আই… বজ্ৰসমদৃঢ় আই চৌপাখৰে গড়,চৌপাখৰে গড় ভেদীকিঞ্চিতো নাই পথ… যাতিম সান্তনাআই মুক্তিৰ প্ৰভাতেৰে,থাপিম থাপনাআই শোনিত ত্যাগেৰে,বুকু হম হম কৰে মোৰ … Read more