অ মোৰ ধৰিত্ৰী আই Lyrics | অ মোৰ ধৰিত্ৰী আই

অ’ মোৰ ধৰিত্ৰী আইচৰণতে দিবা ঠাই,খেতিয়কৰ নিস্তাৰ নাইমাটি বিনে অসহায়,দয়া কৰা দয়াশীলা আই;অ’ মোৰ ধৰিত্ৰী আইচৰণতে দিবা ঠাই,খেতিয়কৰ নিস্তাৰ নাইমাটি বিনে অসহায়,দয়া কৰা দয়াশীলা আই; ৰ’দ-বৰষুণ কাতি কৰিঘাম পেলাই চহ কৰি,তোমাৰ বুকুৰ সোণ চপাওঁআনে নিয়ে কাঢ়ি,ধৰিত্ৰী আই মোৰআমাক তুমি নেৰিবাতোমাৰ চেনেহ বিনে আইআমি নিৰুপায়; মাটিকে সাবটি ধৰিমাটিকে সাৰথি কৰিমাটিৰ বুকুত শোণিত ঢালোজিৰণি পাহৰি….ধৰিত্ৰী আই মোৰআমাক … Read more

বুকু হম হম কৰে lyrics assamese

বুকু হম হম কৰে মোৰ আইকোনে নিদ্ৰা হৰে মোৰ আই,পুত্ৰ হৈ মই কিমতে তৰোআই তোৰে হৈ মই মৰো,বুকু হম হম কৰে মোৰ আই… দেশৰে চন্দ্ৰমা…কাল এন্ধাৰে আৱৰে,অগনি কালিকা…দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে,বুকু হম হম কৰে মোৰ আই… বজ্ৰসমদৃঢ় আই চৌপাখৰে গড়,চৌপাখৰে গড় ভেদীকিঞ্চিতো নাই পথ… যাতিম সান্তনাআই মুক্তিৰ প্ৰভাতেৰে,থাপিম থাপনাআই শোনিত ত্যাগেৰে,বুকু হম হম কৰে মোৰ … Read more

মায়াবিনী | Mayabini lyrics

মায়াবিনী ৰাতিৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত… তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতি … Read more