পৰিবেশ সুৰক্ষা সম্পৰ্কীয় আইন-কানুনৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব
পৰিবেশৰ বিভিন্ন দিশত হোৱা অৱনতিৰ বিষয়ে লক্ষ্য কৰি বিশ্বৰ বিভিন্ন দেশে পৰিবেশক বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান আইন প্ৰণয়ন কৰিছে। পৰিবেশ সুৰক্ষাৰ আইন-কানুনসমূহৰ উৎপত্তি স্থল হৈছে ৰাষ্ট্ৰসংঘ। ১৯৬৮ চনৰ ৩০ জুলাই দিনা ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে (The Economic and Social Council of UNO) আমাৰ বাসভূমি পৃথিৱীৰ মানৱীয় পৰিবেশৰ সমস্যাৰাজি পৰ্যালোচনা কৰিবলৈ এখন আন্তৰ্জাতিক … Read more