কৈশোৰ কালৰ মানসিক বিকাশ
কৈশোৰকালৰ মানসিক শক্তিৰ বৃদ্ধি আৰু বিকাশৰ প্ৰসংগত লেখকে উক্ত মন্তব্য কৰিছে। মানসিক শক্তি মানে হ’ল— বুদ্ধি, বিমূৰ্ত, চিন্তন ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্ৰাস পায়, শেষৰ পিনে ই দ্রুতগতিত আগবাঢ়ি যায় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে। কৈশোৰ কালতেই নিজৰ বিচাৰ-বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰো বিকাশ হয়। … Read more